ভুল খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ ৰোগীৰ সংখ্যা অহৰহ বৃদ্ধি পাবলৈ ধৰিছে।বৰ্তমান দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪ কোটি। যদি সকলো মানুহ সজাগ নহয় তেনেহ’লে ২০৪৫ চনৰ ভিতৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা ১৫ কোটি অতিক্ৰম কৰিব।শিলচৰ ৰাধামাধৱ মহাবিদ্যালয়ত ছাত্ৰ স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু ৰেড ৰিবন ক্লাৱে যৌথভাৱে আয়োজন কৰা ‘ডায়েট এণ্ড হেল্থ’ শীৰ্ষক আলোচনা চক্ৰত
Author: GTM Desk
আপোনাৰ ৰাশিফল পঢ়ক: এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব
এই ৰাশিৰ বাবে জীৱনত নতুন শিখৰ পোৱাৰ সময়, ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ’ব, স্তব্ধ কামবোৰে গতি লাভ কৰিব, আপোনাৰ ৰাশিফল পঢ়ক মেষ ৰাশি: আপুনি নিজৰ কথা তথা বাণীৰে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত নাম আৰু খ্যাতি বৃদ্ধি পাব। ক্ৰীড়া জগতৰ লগত জড়িত লোকৰ বাবে আজিৰ সময় অতি উত্তম হ’ব।
ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই মেচত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ অপৰাজিত শতকৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াই এক ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছে। শৃংখলাৰ তৃতীয়খন মেচত প্ৰথম খেলা টীম ইণ্ডিয়াই ২২২ ৰানৰ ডাঙৰ স্ক’ৰ লাভ কৰে। এই খেলখনত ঋতুৰাজ গাইকৱাদে শতক অৰ্জন কৰে।
ভাৰতত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্ববৃহৎ নেটৱৰ্ক কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক আজি সাংবাদিক পৰিয়াল, মৰিগাঁৱৰ তৰফৰপৰা তেখেতৰ কাৰ্যালয়তে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা আয়ুক্তগৰাকীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰি যুৱ সাংবাদিকৰ দলটোৱে এখনি গামোচা, এটা জাপি আৰু স্মাৰক প্ৰদান কৰি
উত্তৰকাশীৰ সুৰংগৰ পৰা সুকলমে উদ্ধাৰ হ’ল অসমৰ ৰামপ্রসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী