Actors Randeep Hooda and Lin Laishram revealed on Saturday their upcoming marriage set for November 29 in Imphal, Manipur. Sharing the news on Instagram, the 47-year-old Randeep and Lin disclosed their wedding plans in Lin’s hometown, with a subsequent reception scheduled in Mumbai for their colleagues in the film industry.
Author: GTM Desk
মুম্বাইৰ লোকমান্য তিলক ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন বাক্সাৰ যুৱক। সন্ধানহীন যুৱকজন বাক্সাৰ দ্বাৰাগাঁৱৰ ৰমেশ ৰামছিয়াৰী। মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ গৈছিল ৰমেশ।
গল্ড লোনৰ নামত চলিছে নেকি নকল সোণৰ বেহা? যোৰহাটৰ SBFC বেংকত নকল সোণৰ কেইবাডালো চেইন ওলোৱাৰ পাছত পোহৰলৈ আহিল গল্ড লোনৰ নামত চলি থকা নকল সোণৰ বেহাৰ কাহিনী। কাহিনীৰ আঁৰত কি? কিছুদিন পূৰ্বে ৫ ডাল সোণৰ চেইন লৈ যোৰহাটৰ গড়আলিত থকা জনা স্মল ফাইনেন্স বেংকলৈ আহিছিল প্ৰিয়াক্ষী হাজৰিকা নামৰ এগৰাকী
প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত গাফিলতিৰ অভিযোগত SP গুৰবিন্দৰ সিঙক নিলম্বন পঞ্জাৱ ভ্ৰমণলৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত গাফিলতিৰ অভিযোগত SP গুৰবিন্দৰ সিঙক নিলম্বন। ২০২২ৰ ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিশ্বকাপৰ অন্ত পৰাৰ পাছতেই ভাৰতৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হৈছে ৫ খন টি-২০ মেচৰ দ্বিপাক্ষীক শৃংখলা। এই শৃংখলাৰ তৃতীয়খন মেচ ২৮ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। এই মেচক কেন্দ্ৰ কৰি আজি অসম ক্ৰিকেট সন্থাই এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিৱ দেৱজিত শইকীয়া, অসম