Author: GTM Desk

ভূমি নথি-পত্ৰ কেলেংকাৰীত এইবাৰ জালত পৰিল লাটমণ্ডল বাপধন দাস

ভূমি নথি-পত্ৰ কেলেংকাৰীত এইবাৰ জালত পৰিল লাটমণ্ডল বাপধন দাস

মহানগৰীৰ খোদ ৰাজধানী দিছপুৰতে ভূমি নথিপত্ৰ কেলেংকাৰী প্ৰসংগ। দালাল, অধিবক্তা, কম্পিউটাৰ সহায়কৰ পিছত সাঙোৰ খাইছে ইজনৰ পাছত সিজন চৰকাৰী কৰ্মচাৰীৰ নাম। ভূমি নথিপত্ৰ কেলেংকাৰীত আৰক্ষীয়ে জেৰা কৰিছে দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ইজনৰ পিছত সিজন কৰ্মচাৰীক আৰু জালত পৰিছে আৰক্ষীৰ। শনিবাৰে দিছপুৰ ভূমি নথিপত্ৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিছপুৰ ৰাজহ

টীয়কৰ ৰাজপথত জ্বলি উঠিল এখন বলেৰো বাহন

টীয়কৰ ৰাজপথত জ্বলি উঠিল এখন বলেৰো বাহন

🔴টীয়কৰ ৰাজপথত জ্বলি উঠিল এখন বাহন🔴হাঁহচৰা চাৰিআলিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাউদাউকৈ জ্বলিল এখন বলেৰ’🔴ভজোৰ পৰা লাহদৈগড়লৈ আহি থকা অৱস্থাত জ্বলিল AS03CC3430 নম্বৰৰ বলেৰ’খন

আজি ঋণ ন’লব, পৰিশোধ কৰিবলৈ কঠিন হ’ব, আপোনাৰ আজিৰ দিনটো কেনে যাব? চাওক আজিৰ ৰাশিফল

আজি ঋণ ন’লব, পৰিশোধ কৰিবলৈ কঠিন হ’ব, আপোনাৰ আজিৰ দিনটো কেনে যাব? চাওক আজিৰ ৰাশিফল

মেষ ৰাশিফল (Mesh Rashifal, 26 November 2023) ভগৱান গণেশে কয় যে পূৰ্ব পৰিকল্পিত যাত্ৰা পিছুৱাই দিব লগা হ’ব পাৰে। আজি আপুনি আপোনাৰ খৰচৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব, কাৰণ আপোনাৰ খৰচ আপোনাৰ আয়তকৈ বেছি হ’ব পাৰে আৰু তাত খেলিমেলি আৰু বিভ্ৰান্তি হ’ব। ঘৰুৱা ব্যৱহাৰৰ বাবে যিকোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে।

কাছাৰত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ…

কাছাৰত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ…

🔴কাছাৰত মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ🔴ধৃত উগ্ৰপন্থী কেডাৰজন হেনলেনমাং লৌভুম🔴কেডাৰজনৰ পৰা পইণ্ট 32 পিষ্টলসহ ৫ জাঁই সক্ৰিয় গুলী জব্দ🔴ইউনাইটেড ট্ৰাইবেল লিবাৰেশ্যন আৰ্মীৰ কেডাৰ লৌভুম🔴অসম ৰাইফলছ-জিৰিঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কেডাৰজনক