Author: GTM Desk

নিচাসক্ত দম্পতীয়ে মাদক দ্ৰব্য ক্ৰয় কৰিবলৈ বিক্ৰী কৰিলে পেটৰ সন্তানক

নিচাসক্ত দম্পতীয়ে মাদক দ্ৰব্য ক্ৰয় কৰিবলৈ বিক্ৰী কৰিলে পেটৰ সন্তানক

দুবছৰীয়া পুত্ৰ সন্তানৰ মূল্য ৬০ হাজাৰ, এমহীয়া কন্যা সন্তানৰ মূল্য ১৪ হাজাৰ!   পেটৰ তাড়নাত মানুহে নকৰে কি! পেটৰ ভোকত পেটৰ সন্তানক বিক্ৰী কৰিবলৈও যেন কুণ্ঠাবোধ নকৰে মানুহে। অভাৱত নিজ সন্তানক বিক্ৰী কৰিছে এহাল পিতৃ-মাতৃয়ে। অৱশ্যে এনে ঘটনা নতুন নহয়, পূৰ্বেও বহু ঘটিছে। নিজ সন্তানক বিক্ৰী কৰাৰ অভিযোগত ইতিমধ্যে এই

বন্ধু গ্ৰহত প্ৰাণৰ সম্ভাৱনা নস্যাৎ কৰিলে নাছাই; পৃথিৱীৰ দৰেই আকৃতি, মাধ্যাকর্ষণ শক্তি

বন্ধু গ্ৰহত প্ৰাণৰ সম্ভাৱনা নস্যাৎ কৰিলে নাছাই; পৃথিৱীৰ দৰেই আকৃতি, মাধ্যাকর্ষণ শক্তি

মহাকাশৰ সুদূৰ কোণত পোৱা গ’ল পৃথিবীৰ ‘বন্ধু’ গ্রহৰ সন্ধান। আকাৰত নীলা ৰঙৰ গ্ৰহৰ সমানেই কেবল নহয়, মাধ্যাকর্ষণ বলো পৃথিবীৰ সমান। নাছাৰ হাবল স্পেচ টেলিস্কোপে বিচাৰি পাইছে এনে এক গ্রহ, যাৰ নাম বখা হৈছে ‘এলটিটি ১৪৪৫ এচি’। ক’ত আছে এই গ্রহ? অৱশ্যে একেবাৰে ওচৰতে নহয়, পৃথিবীৰ পৰা ২২ আলোকবর্ষ দূবৰ এক

তেজপুৰৰ মিলন বাকৰিত উদুলিমুদুলি পৰিৱেশঃৰাসৰ মহাৰজত জয়ন্তী

তেজপুৰৰ মিলন বাকৰিত উদুলিমুদুলি পৰিৱেশঃৰাসৰ মহাৰজত জয়ন্তী

তেজপুৰৰ এখন পুৰণা ৰাসথলিত এতিয়া ব্যাপক ব্যস্ততা ৷ তেজপুৰৰ এইখন ৰাস ৰাইজৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷ তাতে এইবাৰ এইখন ৰাসৰ মহাৰজত জয়ন্তী ৷ সেয়ে উদুলি মুদুলি মিলনপুৰ অঞ্চলত ৷ মিলন বাকৰিত কাইলৈৰ পৰা ২৭ নবেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী সমাৰোহ । এই

গহপুৰত গৰম দাইলৰ গামলাত পৰি আইচিইউত চিকিৎসাধীন ছাত্ৰী

গহপুৰত গৰম দাইলৰ গামলাত পৰি আইচিইউত চিকিৎসাধীন ছাত্ৰী

শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক এলেকাৰ অন্তৰ্গত গহপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনস্থ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অবাঞ্ছিত ঘটনা। মধ্যাহ্ন ভোজনৰ তীব্ৰ উষ্ণতাৰ দাইলৰ গামলাত পৰি তৃতীয় শ্ৰেণীত অধ্যয়নত এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হ’বলগীয়া ঘটনা সংঘটিত হৈছে৷ ২০ নবেম্বৰত সংঘটিত হৈছে

মুম্বাইত ৯ ডিচেম্বৰত মহিলা প্ৰিমিয়াৰ লীগ- WPLৰ নিলাম

মুম্বাইত ৯ ডিচেম্বৰত মহিলা প্ৰিমিয়াৰ লীগ- WPLৰ নিলাম

মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলামৰ তাৰিখ প্ৰকাশ পাইছে। মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। একে সময়তে মুম্বাইত অনুষ্ঠিত হ’ব এই নিলাম। এই নিলামত বহু ক্ৰিকেটাৰৰ ওপৰত বহু টকাৰ বৰষুণ হ’ব পাৰে। উদাহৰণস্বৰূপে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছকে ধৰি প্ৰায় সকলো দলেই এই নিলামৰ বাবে সাজু। ইয়াৰ পূৰ্বে শেহতীয়াকৈ দলসমূহে