Author: GTM Desk

অসমৰ গ্ৰামাঞ্চলত উপনীত বিকশিত ভাৰত সংকল্প যাত্ৰা

অসমৰ গ্ৰামাঞ্চলত উপনীত বিকশিত ভাৰত সংকল্প যাত্ৰা

অহা দুমাহত এই যাত্ৰাই ২,৬৬০ ৰোধিক গাঁও পঞ্চায়তক সামৰি ল’ব ৰাষ্ট্ৰখনৰ প্ৰতিটো প্ৰান্তত উপনীত হ’বলৈ দেশজোৰা যাত্ৰাৰ সমান্তৰালভাৱে আজি অসমৰ সমগ্ৰ গাঁও পঞ্চায়ততে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হয়। চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে সজাগতা সৃষ্টি আৰু এইসমূহৰ ১০০% চেচুৰেচন নিশ্চিতকৰণৰ প্ৰয়াস হিচাপে ৩৬ খন ভেনে অহা দুমাহত ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহ ভ্ৰমণ আৰু

নগাঁৱত অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষীৰ সাক্ষদান সম্পন্ন

নগাঁৱত অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষীৰ সাক্ষদান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২১নবেম্বৰ:–ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম গৰাকী সাক্ষীৰ মঙলবাৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হয়। সেই বীভৎস ঘটনাৱলীৰ মুঠ ৭১ গৰাকী সাক্ষী আছিল। পৰ্যায়ক্ৰমে নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতে সকলোৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত কৰে। ইয়াৰ লগে লগে ভুক্তভোগী পৰিয়াল দুটাই আগন্তুক ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ন্যায় লাভৰ সম্ভাৱনাই দেখা

পুনৰ জেললৈ বন্দনা কলিতা ! ডাবল মাৰ্ডাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ মহানগৰ আৰক্ষী

পুনৰ জেললৈ বন্দনা কলিতা ! ডাবল মাৰ্ডাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ মহানগৰ আৰক্ষী

মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিনৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে। নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন শক্তিশালী অভিযোগনামা দাখিলত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই বন্দনা আৰু তেওঁৰ ২ সহযোগীয়ে জামিন লাভ কৰা বুলি সমগ্ৰ ৰাজ্যতে সমালোচিত হৈছিল মহানগৰ আৰক্ষী। ইয়াৰ বিপৰীতে আদালতত গোচৰটোৰ

বঙাইগাঁৱত চাৰ্কাছ দেখুওৱাৰ নামত অশ্লীল নৃত্য যুৱক-যুৱতীৰ

বঙাইগাঁৱত চাৰ্কাছ দেখুওৱাৰ নামত অশ্লীল নৃত্য যুৱক-যুৱতীৰ

চাৰ্কাছ দেখুওৱাৰ নামত একাংশ যুৱক-যুৱতীৰ উদ্দাম নৃত্য ৷ বঙাইগাঁৱৰ মূলবাৰী মাত্ৰাঘোলাত এই ঘটনা ৷  যাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, কণ-কণ শিশুক চাৰ্কাছ দেখুওৱাৰ নামত অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছে ‘ওম জ্যোতি চাৰ্কাছ’ নামৰ চাৰ্কাছৰ দলটোৱে ৷ উল্লেখ্য যে, মাত্ৰ কেইদিনমানৰ পাচতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ

এই ৫ ৰাশিৰ ওপৰত ধনৰ বৰষুণ হ’ব, প্ৰেম জীৱনত সুখ, উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল ​​পঢ়ক

এই ৫ ৰাশিৰ ওপৰত ধনৰ বৰষুণ হ’ব, প্ৰেম জীৱনত সুখ, উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল ​​পঢ়ক

মেষ ৰাশি: আজি আপোনাৰ মন সুখী হ’ব। কৰ্মক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে, এনে ক্ষেত্ৰত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল’লে আপোনাৰ ভাল হ’ব। বিবাহিত জীৱনত দিনটো সুখৰ হ’ব। প্ৰেমৰ সম্পৰ্ক ভালে থাকিব। মূৰত আঘাত পাব পাৰে গতিকে সাৱধান হ’ব। ঘৰত আলহী আহিব পাৰে। বৃষ ৰাশি: আজি আপোনাৰ সন্মুখত কোনো ধৰণৰ