Author: GTM Desk

ওদালগুৰিৰ ঘোঁৰাডাকত পুণৰ বন্যহস্তীৰ তাণ্ডৱ

ওদালগুৰিৰ ঘোঁৰাডাকত পুণৰ বন্যহস্তীৰ তাণ্ডৱ

👉ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসে চূড়ান্ত ৰূপ ধাৰন কৰা পৰিলক্ষিত হৈছে। 👉চলিত বৰ্ষতে সীমান্তৱৰ্তী মাজুলী চাহ বাগিছাৰ আৰু সাতঘৰীয়াত দুগৰাকী কৈ লোকে প্ৰাণ হেৰুওৱাৰ সমান্তৰালকৈ আজি জিলা খনৰ ঘোঁৰাডাক নেপালী গাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় দুগৰাকীকৈ লোক। 👉নিশা শুই থকা অৱস্থাত প্ৰায় ১০ মান বজাত গাঁওখনত প্ৰৱেশ কৰা হাতীটোৱে

এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়; মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইনমহাবিদ্যালয়,ৰঙিয়া

এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়; মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইনমহাবিদ্যালয়,ৰঙিয়া

প্ৰায় ডেৰ বছৰ পূৰ্বে  চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। মহাবিদ্যায়খন বাহিৰৰ পৰা আটকধুনীয়া যদিওআজিলৈ আৰম্ভণিয়েই কৰা নহ’ল এই মহাবিদ্যায়খনৰ পাঠদান। ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ দাবী যে,অচিৰেই এই মহাবিদ্যালয়খন আৰম্ভ নকৰিলে গঢ়িটোলা হ’ব তীব্ৰ আন্দোলন। এই বিষয়ত ৰঙিয়া

বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে  চয়ন বৰুৱাই

বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে  চয়ন বৰুৱাই

ক্ৰীড়া  জগতৰ সৈতে জৰিয়ত হৈ বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী পিছত আন এগৰাকীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলত সোণৰ পদক লাভ  কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে আঠবছৰীয়া চয়ন বৰুৱাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে খেলি সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনাত বিভিন্ন দ’ল সংগঠৰ উষ্ম আদৰণি । যোৱা ৩০,৩১মে আৰু

ইউপিপিএলৰ জন জাগৰণ আৰু যোগদান সভা

ইউপিপিএলৰ জন জাগৰণ আৰু যোগদান সভা

সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা সিমানেই বৃদ্ধি পাইছে। বিটিচিৰ ৩ নম্বৰ সমষ্টিত ইউপিপিএল দলৰ মুখপাত্ৰ তথা বিটিচিৰ মনোনীত কাৰ্যবাহী সদস্য উইলছন হাছদাৰ নেতৃত্বত দিনে নিশাই দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা চলাই থকা হৈছে। সেইমতে আজি শ্ৰীৰামপুৰৰ তিনিখন গাঁও ক্ৰমে তাৰিণীপুৰ, চন্দ্ৰপুৰ