Author: GTM Desk

বিশ্বকাপৰ বাবে ধনী হ’ল ভাৰত

বিশ্বকাপৰ বাবে ধনী হ’ল ভাৰত

ভাৰতীয় অৰ্থনীতিলৈ প্ৰায় ২২ হাজাৰ কোটি টকাৰ অৱদান আগবঢ়াইছে চলিত বিশ্বকাপ ক্ৰিকেটে। বিজ্ঞাপন, পৰ্যটন, হোটেল ব্যৱসায় খণ্ডৰ জৰিয়তে সংগ্ৰহৃত হৈছে এই বৃহৎ ধনৰাশি।

ৰাজ্যজুৰি পালন পৱিত্ৰ ষট পূজা

ৰাজ্যজুৰি পালন পৱিত্ৰ ষট পূজা

ৰাজ্যজুৰি পালন পৱিত্ৰ ষট পূজা 🔷 উদিত সূৰ্যক অৰ্ঘ্য প্ৰদানেৰে মংগল কামনা ভক্তপ্ৰাণ ৰাইজৰ 🔷 ষট পূজা উপলক্ষে ৰাজ্যৰ নদীঘাটসমূহত উখল-মাখল পৰিৱেশ

অতীতৰ সম্পৰ্কৰ কথা নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

অতীতৰ সম্পৰ্কৰ কথা নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা প্ৰেমিকৰ

বৃহস্পতিবাৰে কৰ্ণাটকৰ হাছানত সংঘটিত হয় এক নৃশংস হত্যা কাণ্ড। প্ৰেমিকাই পূৰ্বৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে নজনোৱাৰ বাবেই প্ৰেমিকাক ডিঙি কাটি হত্যা কৰিলে প্ৰেমিকে। জানিব পৰা মতে, হত্যাৰ অভিযুক্ত ২৩ বছৰীয়া প্ৰেমিক তেজশৰ সৈতে প্ৰায় ৬ মাহ পূৰ্বে সম্পৰ্কলৈ আহিছিল ভুক্তভোগী যুৱতীগৰাকী। দুয়োজন একেতা শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থী আছিল। অভিযুক্ত যুৱতীগৰাকীৰ অগ্ৰজ আছিল। আৰক্ষীয়ে

উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস

উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস

উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছে বিশেষ বাৰ্তা। এতিয়াৰে পৰা ৰাজ্যখনত নিষিদ্ধ হ’ব হালাল প্ৰমাণীকৃত মাংস। একাংশ লোকৰ ধৰ্মীয় আৱেগক লক্ষ্য কৰি একাংশ লোকে চলোৱা চেষ্টাক ব্যৰ্থ কৰাৰ বাবেই কোনো দুষ্টচক্ৰই জাৰি কৰা হালাল প্ৰমাণপত্ৰ নিষিদ্ধ কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ মুখ্যপাত্ৰই প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোম্পানীয়ে