Author: GTM Desk

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই। সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সমাজবিজ্ঞানৰ পৰীক্ষা। ২৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।

ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

ওদালগুৰি জিলাৰ এথলেটিকছ ইভেণ্টৰ ১৬ গৰাকী খেলুৱৈক বুধবাৰে বৰজলাহস্থিত টংলা ষ্টেডিয়ামত আবেলি ৪ বজাত বিপুল সম্বৰ্ধনা জনোৱা হয়। টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্র ৰাভা আৰু আন্তৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সোণ,ৰূপ, ব্ৰঞ্জ আৰু বিশেষভাৱে সফলতা লাভ কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই

বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

অৰুণাচল প্ৰদেশৰ ৰুকচিনৰ এখন পথাৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ৷ নিজ বন্ধুক দাৰে ঘপিয়াই মুণ্ডছেদ কৰি কটা মূৰ লৈ থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই ৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশত খেতি কৰে শিবু বৈশ্য নামৰ ২২ বছৰীয়া যুৱকজনে। বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত অৰুণাচলতে খেতিৰ সূত্ৰে থকা অজয় দাস