ভগবান শ্ৰী কৃষ্ণৰ তিৰোধানৰ পিছত তেওঁৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ’ল । সম্পূৰ্ণ শৰীৰ পঞ্চতত্বত বিলীন হৈ গ’ল যদিও তেওঁৰ হৃদয় খন অৰ্থাৎ কলিজা খন জুইয়ে পোৰা নাছিল আৰু অতি সুৰক্ষিত ভাবে জীৱিত ব্যক্তিৰ হৃদয়ৰ দৰেই স্পন্দিত হৈ আছিল ।।( Religious Studies ) তেওঁৰ হৃদয় আজিও সুৰক্ষিত আৰু স্পন্দিত হৈ
Author: GTM Desk
জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে।নামৰ প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি।নামৰ পৰাই এগৰাকী যুৱতীৰ জীৱনসংগীৰ কেনে হ’ব সেয়া আগতীয়াকৈ জানিব পাৰি। হয়, বিয়াৰ পিছত কোন যুৱতীয়ে স্বামীৰ মৰম-যতন লাভ কৰি সুখৰে সংসাৰ
ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।ঘিউ বহু পুষ্টিৰে সমৃদ্ধ, যাৰ বাবে সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰে খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত হয়। সাধাৰণতে খাদ্য ৰন্ধা খাদ্যৰ সৈতে ঘিউৰ জুতি লোৱা হয়। কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাহ কাপত এক চাহ চামুচ
বৰষুণৰ পাছত ৰাজধানী দিল্লীত কিছু পৰিমাণে প্ৰদূষণৰ মাত্ৰ কমিছিল যদিও পুনৰ ভয়ংকৰ হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ। নিষেধাজ্ঞাৰ পাছতো দিপাৱলীত ফটকা ফুটোৱা বাবে দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি হৈছে। দিপাৱলীৰ পিছত সোমবাৰে পুৱা দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। ধোঁৱাৰ ছানি ধৰিছে দিল্লী। সোমবাৰে দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত
ছয়মাইলত সংঘটিত এক ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। ছয়মাইলস্থিত পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উৱলি যাব ধৰা অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী বোকাজানৰ অঞ্জু দৰ্জী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে অঞ্জু দৰ্জীয়ে গুৱাহাটীৰ এখন পাৰ্লাৰত কাম কৰিছিল। উৱলি যোৱা অৱস্থালৈ চাই তেওঁৰ মৃত্যু প্ৰায়