In her upcoming film ‘Apurva,’ Tara Sutaria embraces a unique and challenging role, stepping away from her usual glamorous performances. The actress recently disclosed that she did not employ any body doubles for the film, performing all the stunts herself. Sharing her remarkable experience of doing her stunts
Author: GTM Desk
Kajal Aggarwal, the popular actor, gave fans a thrilling sneak peek into her forthcoming action film, ‘Satyabhama,’ by sharing an enticing teaser on Instagram. The post was captioned, “#SatyabhamaTeaser out now! Queen @kajalaggarwalofficial is now the ‘Queen of Masses’ with #Satyabhama.” In this movie, Kajal takes on the role
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে ঋতুস্ৰাৱৰ সময়ত মাহেকীয়া ছুটীৰ ব্যৱস্থা কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তত বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰীসকল
নেপালৰ পখৰাত সংযুক্ত ভাৰতীয় খেল ফেডাৰেচনে যোৱা ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত কৰা অষ্টম এছ বি কে এফ ইণ্টাৰনেচনেল গেমছ, ২০২৩-ত শিৱসাগৰৰ তিনিগৰাকী খেলুৱৈয়ে সৰ্বমুঠ ১১ টা সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলাখনৰ চিমৰণ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধ্ব শাখাত
লক্ষ্ণৌ আৰু পুনেত অনুষ্ঠিত ৫২ সংখ্যক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৰাষ্ট্ৰীয় সাঁতোৰ ক্ৰীড়া প্ৰতিযোগিতাত যোৰহাটৰ খেলুৱৈয়ে লাভ কৰিছে সাফল্য। যোৰহাট ছুইমিং ছ’চাইটিৰ পৰা পাঁচগৰাকী খেলুৱৈয়ে গুৱাহাটী মণ্ডলক প্ৰতিনিধিত্ব কৰি আটাইকেইগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা খেলুৱৈ কেইজন ক্ৰমে নিবৃত্তি প্ৰিয়ম দত্তই ১০০ মিটাৰ ফ্ৰীষ্টাইলত