অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত কৰা স্পষ্ট মন্তব্যৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। পিছে এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে কংগনাৰ নাম। হয়, এইবাৰ কংগনা চৰ্চালৈ অহাৰ কাৰণ হৈছে ৰাজনীতি। অভিনয়ৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ সাজু হৈছে কংগনাই ৰাণাৱট। শেহতীয়া
Author: GTM Desk
যাদুৰাণী সুস্মিতা তালুকদাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিল AJP ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান AJPৰ
অভিনেতা যতীন বৰাই তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ‘ৰাঘৱ’ চিনেমাখনৰ ট্ৰ’লাৰৰ বিৰুদ্ধে গোচৰ দিয়া সন্দৰ্ভত অভিনেতাজনে স্পষ্টীকৰণ দিছে। তেওঁ কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ‘ৰাঘৱ’ চিনেমাখনক ট্ৰ’ল কৰাৰ বাবে কোনো ব্যক্তিৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিয়া হোৱা নাই বুলি সামাজিক মাধ্যমৰ জৰিয়তে জনায়। অভিনেতাজনৰ মতে, বিগত সময়ত তেওঁৰ ফটো নাইবা ভিডিঅ’ এডিট
আজি অৰ্থাৎ শুকুৰবাৰে সমগ্ৰ দেশজুৰি ধনতেৰাছ উৎসৱ পালন কৰা হৈছে। ধনতেৰাছত ৩টা শুভ সংযোগ, হস্ত নক্ষত্ৰ আৰু প্ৰীতি যোগ গঠন হৈছে। আজিৰ দিনটোতে প্ৰদোষ কালত দেৱী লক্ষ্মী আৰু কুবেৰক ৰীতি-নীতিৰে পূজা কৰা হয়। দেৱী লক্ষ্মী আৰু কুবেৰৰ কৃপাত ধন-সম্পত্তি, সুখ, সমৃদ্ধি আদি বৃদ্ধি হয়। ধনতেৰাছত সোণ আৰু পিতলৰ সামগ্ৰী ক্ৰয়
আজি ধনতেৰছ। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়। হিন্দু শাস্ত্ৰমতে ধনৰ অধিষ্ঠাত্ৰী দেৱীক আজি আৰাধনা কৰাৰ এটা বিশেষ দিন। আজিৰ দিনটোত ধাতু জাতীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিলে কুবেৰ সন্তুষ্ট হয় বুলি প্ৰবাদ আছে। দীপাৱলীৰ দুটা দিন পূৰ্বে এই বিশেষ দিনটোত ভাৰতৰ সকলো প্ৰান্ততে বিশেষভাৱে উদযাপন কৰি