গুৱাহাটী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই জামিন পালে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰিব কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুদিন
Author: GTM Desk
গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতালৈ জামিন। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে জামিন। সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ’ব লাগিব বন্দনা। আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই। স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই।
১০০ টকাই ভাগ্য সলালে এগৰাকী কলেজীয়া ছাত্ৰীৰ, ১০০ টকাৰ লটাৰীৰ টিকট কিনি লাভ কৰিলে ৫০ লাখ টকীয়া মাৰ্চিডিজ বেঞ্জ
CJM আদালতত জামিন লাভ বিতৰ্কিত কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাৰ
আজি মাজনিশা মুকলি হ’ব চৰকাৰী চাকৰিৰ আৱেদনৰ পৰ্টেল। এই পৰ্টেল মুকলিৰ লগে লগেই ৩য় আৰু ৪ৰ্থ বৰ্গৰ ১২,৬০০ পদৰ বাবে কৰিব পাৰিব আৱেদন।