Author: GTM Desk

অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান

অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান

বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ… অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান। লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ। এতিয়াও ICUতে ৰখা হৈছে জুবিন গাৰ্গক। চিন্তাৰ কোনো কাৰণ নাই। চাৰিজনীয়া চিকিৎসকৰ নিৰীক্ষণত জুবিন গাৰ্গ। চিকিৎসকৰ মতে বিশ্ৰামৰ প্ৰয়োজন জুবিনৰ।

নাৰ্জী ফুলৰ খেতিৰে তিনিচুকীয়াত লক্ষাধিক টকা উপাৰ্জন এইজন যুৱকৰ

নাৰ্জী ফুলৰ খেতিৰে তিনিচুকীয়াত লক্ষাধিক টকা উপাৰ্জন এইজন যুৱকৰ

নাৰ্জী ফুলৰ খেতিৰে এটকাও বিনিয়োগ নকৰাকৈ এটা ছিজনত প্ৰায় ১ লাখ টকাতকৈও অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বাৰেকুৰিৰ পিংকু চেতিয়া নামৰ খেতিয়কজনে। বজাৰত নাৰ্জী ফুলৰ চাহিদা বহুত হোৱা বাবে বাৰেকুৰি বৰগাঁৱৰ যুৱক পিংকুৱে নাৰ্জী ফুলৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হৈছে। ২০০৪ চনৰে পৰা পিংকুৱে নিজৰ

স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ

স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ

🔴স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ🔴মোহন বৰ্মনে ঘপিয়াই হত্যা কৰিলে অনুপা বৰ্মনক🔴হত্যাকাৰী মোহন বৰ্মনক আটক আৰক্ষীৰ🔴উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত এই ঘটনা🔴মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো

অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’লগেট

অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’লগেট

🔴অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’লগেট🔴ৰে’ল লাইন অতিক্ৰম কৰিবলৈ অপেক্ষা কৰিব নালাগিব ৰাইজে🔴ৰে’লগেটত বিকল্প ব্যৱস্থা কৰি যানজঁট ৰোধৰ পৰিকল্পনা🔴উত্তৰ-পূব সীমান্ত ৰে’লৱে গ্ৰহণ কৰিছে এই বিশেষ পৰিকল্পনা🔴ৰে’লগেটৰ পৰিৱৰ্তে নিৰ্মাণ হ’ব ৰোড আণ্ডাৰ ব্ৰীজ অথবা উৰণসেতু🔴উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে’ই জনালে এই কথা

দীপাৱলীত নিশা ৮ বজাৰ পৰা দুঘন্টাৰ বাবে ফুটাব পাৰিব সেউজ ফটকা

দীপাৱলীত নিশা ৮ বজাৰ পৰা দুঘন্টাৰ বাবে ফুটাব পাৰিব সেউজ ফটকা

পোহৰৰ উৎসৱ দীপাৱলী কোনো ধৰণৰ দুৰ্ঘটনা নোহোৱাকৈ আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰা সন্দৰ্ভত আলোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা আয়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কেবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, চক্ৰ বিষয়াসকল, পৌৰ নিগমকে