Author: GTM Desk

আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়। শৰীৰত প্ৰৱেশ নহয় মহামূল্যবান ‘ডি’ ভিটামিনৰ। তেতিয়াই শৰীৰক আক্রমণ কৰে নানা ধৰণৰ ৰোগে। ভিটামিন ‘ডি’; যাৰ অন্য নাম ছানছাইন ভিটামিন।

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

শৰীৰৰ যত্ন লোৱা সহজ নহয়। সুস্থ হৈ থাকিবলৈ প্ৰথমে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰা । শীতকালৰ মানেই ঋতুগত সংক্ৰমণ বৃদ্ধি। বহুলোকে ঋতুগত সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমানে ব্যায়াম কৰি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰে। বহুলোকে পুনৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ গাখীৰৰ স’তে কেঁচা

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ ধৰা পৰিলে বহুতো নিয়ম অনুসৰণ কৰিব লাগে । বিশেষকৈ খোৱাত। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, সকলো খাদ্য ইচ্ছামতে খাব নোৱাৰি।কেৱল মিঠাইয়ে নহয়, বাহিৰৰ খাদ্য খুৱাও সম্পূৰ্ণৰূপে বন্ধ কৰা হয়। যদি খাদ্য গ্ৰহণ কৰা নিয়মসমূহ অনুসৰণ নকৰে, ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাটো কঠিন হৈ পৰে । অৱশ্যে, ৰোগ যিয়েই