Author: GTM Desk

দীৰ্ঘদিন পিয়াজ ভালে ৰখাৰ উপায়

দীৰ্ঘদিন পিয়াজ ভালে ৰখাৰ উপায়

পিয়াজ নহ’লে আচলতে কোনো এখন তৰকাৰী বা আঞ্জা সোৱাদযুক্ত নহয় । পিয়াজ সাধাৰণতে সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে যদিও বহুতে আক’ পিয়াজো বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে । কিন্তু ৰান্ধনি ঘৰত বেছিদিন পিয়াজ ৰাখিলে বেয়া হৈ পচিবলৈ আৰম্ভ কৰে । সেইয়েহে আজি আমি পঢ়ুৱৈসকলক পিয়াজ সংৰক্ষণ কৰি ৰখাৰ কে’টামান উপায়

পানীত তিয়াই থোৱা কিচমিচ খাওঁক আৰু ৰোগৰ পৰা বাচি থাকক

পানীত তিয়াই থোৱা কিচমিচ খাওঁক আৰু ৰোগৰ পৰা বাচি থাকক

আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী । বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে

ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানিবলৈ পঢ়ক

ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানিবলৈ পঢ়ক

শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস ।

ডালিমৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

ডালিমৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

আমাৰ সকলোৰে পচন্দৰ এবিধ অতিকৈ উপকাৰী ফল হৈছে ডালিম । আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ বিষয়ে সঠিককৈ জ্ঞাত নহয় । গতিকে আজি আমি আপোনালোকক ইয়াৰ উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম । ডালিমত থকা কিছু উপাদানে শৰীৰত পেশীৰ শক্তি বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে । ইয়াৰোপৰি ডালিমৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ, ৫৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব প্ৰায় ৩৪ কিলোমিটাৰ দৈৰ্ঘৰ কৰিডৰ, ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।