Author: GTM Desk

অসমীয়া লʼৰাই আজমলৰ ভৰিত কেতিয়াও নধৰে : পীয়ূষ হাজৰিকা

অসমীয়া লʼৰাই আজমলৰ ভৰিত কেতিয়াও নধৰে : পীয়ূষ হাজৰিকা

ওদালগুৰি জিলাৰ কলাইগাঁৱত দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল জনজাগৰণৰ সভা। সভাত জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিটিচিৰ ই এম দিগন্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ৰাজ্যসভাৰ প্ৰাক্তন