দুলীয়াজান থানাৰ পৰিদৰ্শক বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত দুলীয়াজান আৰু ভাদৈ আৰক্ষী দলে আজি খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী সহ এখন বাহন। এই অভিযানত আৰক্ষী দলটোৱে ধৃত যুৱকৰ পৰা ০.৫১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ প্ৰাপ্ত খৱৰ অনুসৰি আজি দুপৰীয়া ভাদৈ দিশৰ পৰা তীব্ৰবেগেৰে দুলীয়াজান অভিমুখে আহি থকা
Author: GTM Desk
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী মহিলা। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে সন্ধিয়া এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অপচেষ্টা চলালে অট্টালিকাত কাম কৰা কেইজনমান শ্ৰমিকে। শ্ৰমিককেইটাই ৰাজপথতেই কিশোৰীগৰাকীক টানি-আজুৰি ধৰ্ষণৰ চেষ্টা চলায়। অৱশ্য়ে ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। এই
হিন্দুত্বৰ শ্ল’গান দি শাসনত অহা বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীসকলৰ ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্প ভাঙি দিয়াকে বহু জলন্ত-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বাঙালী ৰাইজৰ ৯৯ শতাংশ ভোট লৈ অসমত দুবাৰকৈ শাসন চলোৱা বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল । আজিলৈকে বঙালী ৰাইজৰ জলন্ত-সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবঢ়া নাই বিজেপি
বলীউডৰ বহু অভিনেত্ৰীয়ে স্বামীৰ বাবে ৰাখিছে কৰৱা চৌথৰ ব্ৰত । চাওক কোন কোন অভিনেত্ৰীয়ে পালন কৰিলে ব্ৰত ৷ সমগ্ৰ দেশৰ ভাৰতীয় বিবাহিত দম্পতীয়ে ১ নৱেম্বৰত পালন কৰিছে কৰৱা চৌথ । স্বামীৰ দীৰ্ঘায়ু কামনা কৰি প্ৰত্যকগৰাকী বিবাহিত মহিলাই বুধবাৰে ব্ৰত ৰাখি পূজা কৰা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত পিচ পৰি থকা নাই
মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত আৰক্ষীৰ অভিযানত জব্দ এখন ট্ৰাক সহ ৪৪টা চোৰাং গৰু। লগতে আটক কৰে দুই সৰবৰাহকাৰীক ৷ উল্লেখ্য যে,নগাঁৱৰ পৰা বৰ্ণিহাটলৈ নিয়াৰ বাবে এচ-১৭-চি-৫৫৯১ নম্বৰৰ ট্ৰাক খনৰে সৰবৰাহ কৰিছিল গৰুকেইটা। ধৃত চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম আমিনুল হক আৰু মাফিজুল খান ৷ ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী