Lymphoma Support Group India (a trust) which provides support to cancer patients ties up with Sanjevani Hospital Maligaon Guwahati. The tie up will bring doctors from reputed hospital of the nation for OPD’s and OT which will be beneficial for the people Northeast region. On the occassion Dr Shamim Khan,
Author: GTM Desk
ৰঙিয়া গুৰকুছি কৰৰাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুজনকৈ যুৱকৰ ঘৰৰ পৰা পিষ্টল, তিনিজাই গুলী সহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে এক গোপন সুত্ৰৰ ভিত্তিত নিশাৰ ভাগত ৰঙিয়া গুৰকুছিৰ কৰাৰত ৰিংকু আলী ওৰফে গাগাৰ ঘৰত তালাচী চলোৱা হয়
বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়।বিগত 15/20বছৰ ধৰি বিহালীৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি আহিছে। এইবাৰো বিহালীৰ বিভিন্ন স্থানত পকাধান খাই আৰু মহতিয়াই অনিষ্ট সাধন কৰিছে। প্ৰত্যেক নিশাই বিহালী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ষষ্ঠ সৎযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে খেতি পথাৰ অনিষ্ট কৰে।যোৱা নিশা বৰাজুলি গাৱত এটা
দশমীৰ নিশা সদ্যোজাতৰ কান্দোনৰ শব্দত মুখৰ হৈ উঠিছিল গুৱাহাটীৰ বোন্দা কলনি। কিন্তু পাছদিনা পুৱা ঘৰখনত সন্তান জন্ম হোৱাৰ কোনো উমঘাম নাপালে চুবুৰীয়াই। ৰাতিটোৰ ভিতৰতে স্বাভাৱিক হৈ পৰিল সকলো। ২৪ অক্টোবৰৰ পৰা ৭ দিনে তাপ মাৰি থকাৰ পাছত ১ নৱেম্বৰত হঠাৎ সম্বিৎ ঘুৰাই পালে বোন্দা কলনিৰ বাসিন্দাই। লগে লগে একাংশই সোধা–পোছা
এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান কুঞ্জোমনি সিং আৰু তেওঁৰ পুত্ৰ প্ৰবীণ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক আছিল সোণাই সমষ্টিৰ নাগদিৰগ্ৰামৰ বাসিন্দা। প্ৰত্যক্ষদৰ্শীৰ মতে,