Author: GTM Desk

অনর্গলভাৱে হাঁচি মাৰিছে ? এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে….

অনর্গলভাৱে হাঁচি মাৰিছে ? এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে….

হাঁচিৰ সমস্যা থাকিলে নহৰুৰ দ্বাৰাও উপকাৰ পাব। এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নহৰুৰ বিকল্প নাই। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ঠাণ্ডা লাগিয়ে হওক, এলাৰ্জিৰ পৰাই হওক বা কোনো গোন্ধৰ কাৰণেই হওক, হাঁচি অতি সাধাৰণ এক বিষয়। কিন্তু বহুতৰ ক্ষেত্ৰতে দেখা যায় যে এবাৰ হাঁচি আৰম্ভ হ’লে ৰখাৰ নামেই নলয়

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনটো সক্ৰিয় কৰি ৰাখিবলৈ আটাইতকৈ জৰুৰী, ফোনটোক এটা নিৰ্দিষ্ট পেকত ৰিচাৰ্জ কৰি ৰখাটো৷ সময়মতে ৰিচাৰ্জ নকৰিলে ফোনটোৰ ইনকামিং বা আউটগ’য়িং সকলো পৰিসেৱা বন্ধ হৈ পৰে৷ কিন্তু কেতবোৰ উপায় আছে, যিবোৰ উপায়ৰ সহায়ত ৰিচাৰ্জ বা ডাটা পেক নাথাকিলেও আপুনি ৱাই-ফাই কিম্বা হটস্পটৰ সহায়ত ক’ল কৰিব পাৰিব৷ ইয়াৰ বাবে তলত উল্লেখ কৰা

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে..

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে..

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ

ইউৰিক এচিড বাঢ়িলে গাঁঠিৰ বিষেই নহয়, এইবোৰ উপসৰ্গয়ো দেখা দিয়ে

ইউৰিক এচিড বাঢ়িলে গাঁঠিৰ বিষেই নহয়, এইবোৰ উপসৰ্গয়ো দেখা দিয়ে

আজি-কালি প্ৰায়ভাগ লোকৰেই ইউৰিক এচিডৰ সমস্যা থাকে৷ ডায়েবেটিছ, কলেষ্টেৰ’ল ট্ৰাইগ্লিচাৰাইডৰ দৰে ইউৰিক এচিডত সমস্যাত ভোগা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ দেহত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আচলতে শৰীৰৰ এবিধ বৰ্জ্য পদাৰ্থই হৈছে এই ইউৰিক এচিড৷ পিউৰিণ সমৃদ্ধ খাদ্য হজমৰ ফলত তাৰ পৰা বৰ্জ্য

এইবোৰ খাদ্যৰে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক

এইবোৰ খাদ্যৰে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক

শিশুৰ খাদ্যৰ ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ-মাতৃয়েই সচেতন৷ সন্তানটিয়ে সঠিক খাদ্য বা পুষ্টি লাভ কৰিছে নে নাই তাকে লৈ বহুতকে চিন্তাত পৰা দেখা যায়৷ বহু সময়ত শিশুৱে পছন্দৰ খাদ্য নাপালে খাদ্য গ্ৰহণ নকৰা হয়৷ বাহিৰৰ খাদ্যৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বেছি৷ কিন্তু এনে খাদ্য মুঠেই স্বাস্থ্যসন্মত নহয়৷ বাহিৰৰ খাদ্যই শিশুক পুষ্টি যোগান ধৰাটো