🔴নকল টকাৰ বিৰুদ্ধে মহানগৰীৰ লালমাটিৰ এখন হোটেলত অভিযান🔴কেইবা লক্ষাধিক জালনোট, টকা বনোৱা মেচিন, প্ৰিণ্টাৰসহ গ্ৰেপ্তাৰ নজৰুল মজুমদাৰ নামৰ এজনক🔴লালমাটিৰ হোটেলখনত ১০ দিন ধৰি বাহৰ পাতি আছিল নজৰুলে
Author: GTM Desk
ইউৰিক এচিড– আজিকালি খুব বেছিকৈ প্ৰচলিত এটা৷ প্ৰায়ভাগ লোকেই ইউৰিক এচিডৰ সমস্যাত ভোগা বুলি শুনিবলৈ পোৱা যায়৷ ইউৰিক এচিডৰ সমস্যাত ভোগা লোকেহে জানে ইয়াৰ অসহ্যকৰ যন্ত্ৰণাৰ কথা৷ গতিকে দেহত যাতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নহয় তাৰবাবে আগতীয়াকৈ সতৰ্ক হোৱাটো ভাল৷ বিশেষকৈ খোৱা খাদ্যৰ ক্ষেত্ৰত সচেতন নহ’লে ইউৰিক এচিডৰ সমস্যাত ভোগাৰ
ছাইলেণ্ট হাৰ্টএটেক অতি ভয়ংকৰ৷ ইয়াৰ লক্ষণে দেখা দিয়াৰ পাছতো যদি ৰোগীয়ে গুৰুত্ব নিদিয়ে তেন্তে হিতে বিপৰীত হ’ব পাৰে৷ কেইটামান ঘণ্টা বা কেইমিনিটমানৰ ভিতৰতে আনকি ৰোগী মৃত্যু মুখতো পৰিব পাৰে৷ সাধাৰণতে হাৰ্টএটেকৰ লক্ষণ হৈছে বুকুৰ তীব্ৰ বিষ৷ পূৰ্বে এনে সমস্যাই দেখা নিদিয়া বাবে লোকজনে হয়তো এই বিষ গেছ বা অন্য কোনো
মানুহৰ কৰ্মব্যস্ত জীৱনত সময়ৰ লগত দৌৰোতে কিছুমান ৰোগৰ প্ৰকোপ বাঢ়িছে৷ তাৰে ভিতৰত গল ব্লাডাৰ ষ্টোনৰ সমস্যাও এটা৷ বিভিন্ন বয়সৰ মানুহে এই সমস্যাত ভোগে৷ এই ৰোগৰ মূল উপসৰ্গ হ’ল পেটৰ বিষ৷ নিয়মিত পেটৰ বিষে এই কথাৰ জাননী দিয়ে যে গল ব্লাডাৰত পাথৰ জমা হৈছে৷ কি কাৰণে গল ব্লাডাৰত পাথৰ জমা হ’ব
উচ্ছ ৰক্তচাপত ভোগা লোকৰ সংখ্যা প্ৰতিদেনই বাঢ়িছে৷ মানসিক চাপ ইয়াৰ অন্যতম কাৰণ৷ তদুপৰি জীৱনধাৰণ প্ৰণালীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে কেতিয়াবা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে৷ সেয়েহে মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ লগতে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে খাদ্য তালিকাত নিয়মীয়াকৈ