নিউজ ব্যুৰ’,নগাঁও,২৪অক্টোবৰ:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন ‘বিকাশ”ৰ উদ্যোগত যোৱা ২১ অক্টোবৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বৰগীত কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে। শাৰদীয় পূজাৰ বন্ধৰ সময়চোৱাত অঞ্চলটোৰ বিদ্যাৰ্থীসকলে মহাপুৰুষ দুজনাৰ অনবদ্য অৱদান বৰগীতৰ চৰ্চাৰ মাধ্যমেৰে সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে নিৰ্মালী দেৱী বৰাই।
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,২৪অক্টোবৰ:–নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত যোৱা ২১অক্টোবৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা ক্ষেত্ৰত আৰম্ভ হোৱা “শাৰদীয় শিশু গ্ৰন্থমেলা”ৰ মংগলবাৰে সামৰণি পৰে। “পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক” শীৰ্ষক বাণীৰে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হৈ অহা শাৰদীয় পুৰণিগুদাম শিশু গ্ৰন্থমেলাখনি ২১অক্টোবৰত পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে
আব্দুল কালাম নামৰ এজন যুৱকে ফেচবুকত এটা পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি লখিমপুৰত বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল। ধৃত আব্দুল কালামে জিলাখনত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নাম লৈ ব্যাপক দালালিত লিপ্ত হৈছিল। শেহতীয়া এটা ধৰ্ষণৰ গোচৰত আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰিছিল এই স্বয়ম্ভু ফেচবুক সাংবাদিকজনে। এই কথা
আজি অন্ত পৰিব শাৰদীয় দুৰ্গোৎসৱ৷ আজি বিজয়া দশমী৷ দেশজুৰি বিজয়া দশমীক লৈ দেখা গৈছে ব্যাপক উছাহ৷ আজিৰ দিনটোতে ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল বুলি প্ৰবাদ প্ৰচলিত৷ এই দিনটো দশেৰা বুলিও পৰিচিত৷ বিজয়া দশমীৰ দিনটোত ৰাৱণ দাহন শুভক্ষণত কৰিব লাগে৷ বিশ্বাস কৰা হয় যে ইয়াৰ ফলত প্ৰতিটো কামতে সফলতা লাভ কৰা যায়৷
আজিৰ ব্যস্ত জীৱনত মুখৰ উজ্জ্বলতা কৰবাত হেৰাই যায় আৰু ছাল নিস্তেজ হৈ পৰে। এনে পৰিস্থিতিত আমি ভাৱো যে কেনেকৈ আমাৰ মুখত উজ্জ্বলতা আহিব লাগে আৰু নিজৰ মুখখন পুনৰ কেনেকৈ নিষ্প্ৰাণ কৰি তুলিব পাৰি। যদি আপোনাৰ একেই সমস্যা আছে তেন্তে চিন্তা নকৰিব। ইয়াত আমি আপোনাক কম আপুনি কেনেকৈ আপোনাৰ মুখৰ হেৰুৱা