ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাতো অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী । বাক্সাৰ মুছলপুৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰণগৌৰা নাৰ্জাৰী । বাক্সাৰ ১২৪ খন বিদ্যালয়ৰ ৬৭৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ চাইকেল বিতৰণ কৰা হয় । মুছলপুৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল বিতৰণ
Author: GTM Desk
মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক। ২০০৮ চনত যুৱকজনে মানকাচৰত কৰিছিল প্ৰৱেশ । মিজানুৰ ৰহমান নামৰ যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত। মানকাচৰৰ ভুৰাকটাত বিবাহ পাতি স্থায়ীভাৱে কৰিছিল বসবাস। ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ডো বনাইছিল মিজানুৰে। আৰক্ষীৰ তদন্তৰ ভিত্তিত আটক মিজানুৰ ৰহমান।
মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাণীগেটৰ বিএছ এফ চাউনিৰ সন্মুখৰ পথেদি তীব্ৰবেগত আহি থকা ট্ৰাকে এখনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা। আনহাতে আহত আনজন ব্যক্তিক জিএম চি এইছলৈ লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে গুৰুত্বৰভাৱে আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক ৷
মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯৬০০ টকালৈ বৃদ্ধি কৰা, অহা ১০ দিনৰ ভিতৰত ৰান্ধনী -সহায়িকাসকলৰ সমস্যা সম্পৰ্কত কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা, ১০ দিনৰ ভিতৰত মাহিলী বকেয়া ধন মুকলি কৰা আদি দাবীত দেওবাৰে কোকৰাঝাৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাই ব্যাপক প্ৰতিবাদী
উৎকোচ লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁৱৰ আৰ এছ এছ নেতাৰ পত্নী তথা খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীক দেওবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কঠিয়াতলীৰ পৰা আটক কৰে। হোজাইৰ বিনাকান্দি খণ্ড