Author: GTM Desk

World Standards Day Celebrated in Guwahati

World Standards Day Celebrated in Guwahati

• Bureau of Indian Standards Guwahati felicitated 12Manak Veers for promotion & implementation of Standards. Guwahati 14th of October:The Bureau of Indian Standards (BIS), Guwahati, celebrated World Standards Day on 14th October 2023 at Ratnamouli Palace. Shri.Biswaranjan Samal, IAS, Addl. Chief Secretary, Food & Public Distribution & Consumer Affairs Department,

আজি মহালয়া! কিয় পালন কৰা হয় এই মহালয়া…

আজি মহালয়া! কিয় পালন কৰা হয় এই মহালয়া…

ধৰালৈ নামিল মা দুৰ্গা। মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনায়। তাৰ পাছৰ পৰাই দবা, শংখ আদি ধ্বনিৰে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্য। দেৱীৰ বোধনেৰে আৰম্ভ হয় শান্তিস্বৰূপিনী মহামায়াৰ আৰাধনা। অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামে

১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ক্ৰিকেট, ২০২৮ অলিম্পিকত টি-২০ ফৰ্মেটত খেলা হ’ব ক্ৰিকেট

১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ক্ৰিকেট, ২০২৮ অলিম্পিকত টি-২০ ফৰ্মেটত খেলা হ’ব ক্ৰিকেট

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে আজি মুম্বাইত লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ক্ৰিকেট, ফ্লেগ ফুটবলকে ধৰি আন পাঁচবিধ খেলক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ কাৰ্যবাহী মণ্ডলীয়ে এই কথা নিশ্চিত কৰিছে। উল্লেখ্য যে লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ আয়োজকসকলে চলিত সপ্তাহত এক বিবৃতিৰ

বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

🔴 কাতি বিহুৰ দিনাই মহানগৰবাসীক এই উপহাৰ দিব ৰাজ্য চৰকাৰে। 🔴 শ্ৰদ্ধাঞ্জলি উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে ২.৩ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতুখন। 🔴 ইতিমধ্যে ৰং-তুলিকাৰে সজাই তোলা হৈছে নৱনিৰ্মিত উৰণ সেতুখন।

ইজৰাইলত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ অভিযান

ইজৰাইলত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ অভিযান

ইজৰাইলত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ অভিযান। আজি দ্বিতীয় পৰ্যায়ত ‘অপাৰেশ্যন অজয়’ ত আহিল ২৩৫গৰাকী ভাৰতীয়। ভাৰতৰ ভূমিত লেণ্ডিং কৰিয়েই দিলে বন্দে মাতৰম ধ্বনি। যুদ্ধ-বিদ্ধস্ত ইজৰাইলৰ পৰা নতুন দিল্লীত উপস্থিত ২৩৫ জনীয় ভাৰতীয় দল।