Author: GTM Desk

চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা; আহত দহজনতকৈ অধিক যাত্ৰী…

চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা; আহত দহজনতকৈ অধিক যাত্ৰী…

ডিমৌৰ কাষৰীয়া চেপন মহাবিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত দাঁতিৰ পথাৰত সোমাল যাত্ৰীবাহী ট্ৰেভেলাৰ। ট্ৰেভেলাৰখনৰ নম্বৰ এ এছ ০৬ বিচি ৩৪৫২ । কম বেচি পৰিমাণে আহত দহজনতকৈ অধিক যাত্ৰী। ডিব্ৰুগড় পৰা যোৰহাটলৈ গৈ আছিল ট্ৰেভেলাৰ খন। এজন পথচাৰীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথত দাঁতিৰ পথাৰত সোমাল

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ…

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ…

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ১৪ টা সংসদীয় সমষ্টিৰ বাবে ৮৪ জনীয়া প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে,প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গঠন কৰা এঘাৰটাদলৰ ঐক্যমঞ্চক কংগ্ৰেছে এক প্ৰকাৰ নস্যাৎ কৰি ১৪ টা সমষ্টিৰ প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰস্তুত কৰা কাৰ্যই

১৪ অক্টোবৰত মহালয়া : পূৰ্ণগতিত দুৰ্গোৎসৱৰ প্ৰস্তুতি

১৪ অক্টোবৰত মহালয়া : পূৰ্ণগতিত দুৰ্গোৎসৱৰ প্ৰস্তুতি

শাৰদীয় বতৰক আধ্যাত্মিকতাৰ পৰশেৰে উজ্জীৱিত কৰি সৰগৰ পৰা ধৰালৈ আহিব দেৱী দুর্গা৷ সমাজৰ অপশক্তিবোৰক উৎখাত কৰি দেৱী দুর্গাই কৰিব শান্তি প্রতিষ্ঠা৷ অপূর্ণ কামনাবোৰ সিদ্ধি হোৱাৰ আশিস ৰাইজক প্রদান কৰিব৷ দেৱী বন্দনাৰ এই ভক্তিভৰা ক্ষণলৈ মাজতে মাথোঁ ৯ দিনহে৷ সংখ্যাৰ জোখেৰে ৯ দিন যদিও দেৱীক আদৰবিলৈ ৰাইজে এতিয়াই দিন–ৰাতি একাকাৰ কৰি

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। কইনাধৰাত এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। যুৱকজনৰ বুকুত গুলী লগা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠত। বশিষ্ঠৰ এটা গাড়ীৰ শ্ব’ৰুমত কৰ্মৰত যুৱকজন। যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। যুৱকজনলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বত্তই। ঘটনাস্থলীত উদ্ধাৰ হৈছে

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু, মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু, মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত

বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী। নিহত হয় ৩৩ বছৰীয়া ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী। ৰে’ল দুঘটনাত নিহত হোৱা ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ ঘৰ তিনিচুকীয়াৰ চপাখোৱাত। সম্প্ৰতি দিল্লীৰ বাসিন্দা দীপক ভাণ্ডাৰীৰ পৰিয়াল। স পৰিয়ালে শদিয়াৰ মাতৃগৃহলৈ আহিছিল। RPFৰ সহযোগত এম্বুলেন্সেৰে মাতৃ-কন্যাৰ মৃতদেহ শদিয়ালৈ অনা হৈছে। স্বামী দীপক ভাণ্ডাৰী