Author: GTM Desk

আমেৰিকাত সৰ্ববৃহৎ হিন্দু মন্দিৰ মুকলি; ১৮৫ একৰ ভূমিত নিৰ্মাণ স্বামীনাৰায়ণ অক্ষয়ধাম মন্দিৰটো

আমেৰিকাত সৰ্ববৃহৎ হিন্দু মন্দিৰ মুকলি; ১৮৫ একৰ ভূমিত নিৰ্মাণ স্বামীনাৰায়ণ অক্ষয়ধাম মন্দিৰটো

আমেৰিকা যুক্তৰাষ্ট্ৰৰৰ নিউ জাৰ্চি চহৰত নিৰ্মাণ কৰা বিশ্বৰ দ্বিতীয়টো সৰ্ববৃহৎ মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল নিউ জাৰ্চিৰ নিৰ্মাণ কৰা স্বামীনাৰায়ণ অক্ষয়ধাম মহামন্দিৰৰ চৌহদ ১৮৫ একৰ ভূমিত বিস্তৃত। এই মন্দিৰটোৰ নিৰ্মাণৰ বাবে ২০১৪ত ভূমিপূজন কৰা হৈছিল। অৱশ্যে ২০১২তে মন্দিৰৰ নিৰ্মাণৰ পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছিল। ১২ বছৰৰ নিৰ্মাণ কাৰ্যৰ পাছত অক্ষয়ধাম মহামন্দিৰ আনুষ্ঠানিকভাৱে ভক্তৰ বাবে মুকলি কৰা

গোসাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ লাট মণ্ডল আৰু মহৰিয়ে উৎকোচ লৈ হাত দাঙিলে

গোসাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ লাট মণ্ডল আৰু মহৰিয়ে উৎকোচ লৈ হাত দাঙিলে

গোসাইগাঁৱত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান:: গোসাইগাঁও ৰাজহ চক্ৰত অভিযান চলায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই:: অভিযানত দুজনক আটক:: গোসাইগাঁও ৰাজহ চক্ৰৰ লাট মণ্ডল ইমামূল হক আৰু মহৰি ওহেদ আলীক আটক:: পচিশ হাজাৰ টকা ভূমি কামৰ বিনিময়ত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰে দুয়োকে::

গোসাঁইগাঁৱত স্বামী স্ত্ৰীৰ প্ৰৱঞ্চনাৰ বলি অৰ্ধশতাধীক পৰিয়াল..

গোসাঁইগাঁৱত স্বামী স্ত্ৰীৰ প্ৰৱঞ্চনাৰ বলি অৰ্ধশতাধীক পৰিয়াল..

গোসাঁইগাঁৱত স্বামী স্ত্ৰীৰ প্ৰৱঞ্চনাৰ বলি অৰ্ধশতাধীক পৰিয়াল দুই কৌটিৰো অধিক ধনলৈ উধাও কবিতা আৰু সহদেৱ প্ৰৱঞ্চক দম্পতীৰ খৱৰ দিয়া ব্যাক্তি নগদ এক লাখ টকা পুৰস্কাৰ দিয়াৰ ঘোষণা ভুক্তভোগীৰ গোসাঁইগাঁও সদৰ চহৰখনৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা কবিতা পাল আৰু তেওঁৰ স্বামী সহদেৱ পালে অধিক মুনাফা দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰৱঞ্চনাৰ জাল পাতে

টুথপেষ্ট এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়..

টুথপেষ্ট এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়..

টুথপেষ্ট সাধাৰণতে দাঁত পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷ কিন্তু দাঁত পৰিষ্কাৰৰ বাহিৰেও টুথপেষ্ট অন্যান্য কামতো ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল টুথপেষ্ট কি কি কামত ব্যৱহাৰ কৰিব পাৰি– [১] জোতা মলিয়ন হ’লে টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি৷ এটুকুৰা শুকান কাপোৰত টুথপেষ্ট লগাই জোতাযোৰত ঘঁহিলে মুহূৰ্ততে মলিয়ন জোতাযোৰ পৰিষ্কাৰ হৈ পৰে৷