এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ১০০ টা পদক লাভ কৰাৰ দিশে আগবাঢ়িছে ভাৰত। এই পৰ্যন্ত ২১টা সোণ, ৩৩টা ৰূপ, ৩৯টা ব্ৰঞ্জসহ মুঠ ৯৩টা পদক লাভ কৰি চতুৰ্থ স্থানত থকা ভাৰতে নিশ্চিত কৰিছে আন ৭টাকৈ পদক। এই ৭ পদকৰ চূড়ান্ত প্ৰতিযোগিতা বৰ্তমানলৈ সম্পন্ন হোৱা নাই যদিও পদক নিশ্চিত কৰাৰ লগে লগে তালিকাত
Author: GTM Desk
আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত
🔴শোকাৱহ ঘটনাঃ স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু🔴বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত এই ঘটনা🔴পত্নী বিনীতা তাঁতীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ প্ৰতিদিনে স্বামী বাবুল নাহকে সংযোগ কৰে বিদ্যুৎ🔴কেমেৰাৰ সন্মুখত স্বামীৰ স্বীকাৰোক্তি🔴বিছনাৰ কাষতে সংযোগ কৰি থৈ যায় বিদ্যুৎ🔴ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰিছে বাবুল নাহকক
🔴ছিকিমৰ লাচুঙত সন্ধানহীন গহপুৰৰ হীৰেন দেউৰী🔴২ অক্টোবৰত গেংটকৰ পৰা লাচুঙলৈ গৈছিল যুৱকজন🔴যুৱকজনৰ সন্ধান পালে 9854445580 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ
🔴নতুনকৈ ক্ৰয় কৰা বাহনত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীয়ে🔴বৰপেটাৰােডৰ শিমলাগুৰিত এই ভয়ংকৰ দুৰ্ঘটনা🔴জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱ ব্যবসায়ীজনে বুধবাৰে এখন অল্ট’ কে টেন বাহন ক্ৰয় কৰিছিল। সিদিনাই নিশা বাহন ক্ৰয়ৰ আনন্দত নির্মলে আন চাৰিজন বন্ধুৰ সৈতে হাউলীলৈ ফুৰিবলৈ গৈছিল।🔴নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত নিশা প্রায়