লখিমপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত হয় এজন কলেজীয়া ছাত্ৰ ৷ লখিমপুৰৰ চাপৰি গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ মাফিয়া মিলিত হৈ উপযুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ ৷ পাছতে ড্ৰাগছ মাফিয়া কেইটাই মৃতদেহ পেলাই দিয়ে সোমদিৰি নদীত। নিহত ছাত্ৰজন তাবিদ হুছেইন
Author: GTM Desk
বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰী আৰক্ষী পোহৰা চকীৰ সন্মুখতে বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ডাম্পাৰ- অলটোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন যুৱকৰ মৃত্যু আনহাতে গুৰুতৰ ভাৱে আহত তিনিজন। আহত যুৱককেইজনক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷ পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি
স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত বোৱাৰীক পলুৱাই নিলে এজন যুৱকে। বিয়াৰ মাত্ৰ ৭মাহ পাছতে থানবান হৈ পৰিল এখন সুখৰ সংসাৰ। স্বামীক বজাৰৰ দীঘলী তালিকা দি ব্যস্ত কৰাই ৰাখি আন এজন যুৱকৰ সৈতে পলাই গ’ল পত্নী। বজাৰৰ পৰা ঘূৰি আহি পদূলিত গাড়ীৰ হৰ্ণ বজালে স্বামীয়ে। কিন্তু পত্নীক স্বামীয়ে বিচাৰি নাপালে
এজনী কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক। এণ্টিভেনম বেজী নোপোৱাৰ বাবেই কণমানিজনীৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এটা বেজীৰ অভাৱত এগৰাকী ফুল কুমলীয়া ছাত্ৰীৰ মৃত্যুৰ অভিযোগে কঁপাইছে নলবাৰী। ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ তন্ত্ৰশংকৰা গাঁৱৰ বাসিন্দা তথা অভ্যাসন বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ ছাত্ৰী
আমাৰ পাকঘৰত ৰখা মছলাবোৰত ঔষধি গুণবোৰ লুকাই আছে। সঠিকভাৱে ব্যৱহাৰ কৰিলে ইহঁতে বহু ৰোগ নিৰাময় কৰিব পাৰে। দালচেনি পাকঘৰত দৈনিক ব্যৱহাৰ কৰা মছলা। খাদ্যৰ সোৱাদ বৃদ্ধি কৰা ডালচেনি স্বাস্থ্যৰ বাবেও বহু উপকাৰী। দালচেনিত এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে বহুতো সমস্যা দূৰ কৰে। ডালচেনিত গৰম সোৱাদ থাকে, গতিকে শীতকালত ইয়াক বেছিকৈ