Author: GTM Desk

বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক…

বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক…

আঢ়ৈ বছৰীয়া পুত্ৰক কোলাত লৈ হাহাকাৰ পত্নীৰ  পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। কাম কৰিবলৈ বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত সন্ধানহীন টিংখাঙৰ বামুণবাৰী আৰক্ষী চকী এলেকাধীন ১নং জামুগুৰি গাঁৱৰ ৰুবুল ওৰাং । যোৱা ২৩ ছেপ্টেম্বৰত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। তিনিটা দিন ফোনযোগে কথা পাতিছিল পৰিয়ালৰ সৈতে । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ

পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ আশংকা অতি বেছি, জানো আহক…

পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ আশংকা অতি বেছি, জানো আহক…

পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা অধিক হোৱা দেখা যায়। কিন্তু কিয়? এই সন্দৰ্ভত আমি দিল্লীৰ চি কে বিৰলা হস্পিতালৰ জ্যেষ্ঠ বিশেষজ্ঞ ডাঃ ৰাজীৱ গুপ্তাই থাইৰয়ডৰ কিছুমান সাধাৰণ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে জানো আহক। মহিলাসকলৰ থাইৰয়ড আশংকা অধিক কিয়? পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা বেছি। কিন্তু ইয়াৰ বহু কাৰণ দেখা যায়,

ৰাজনীতিক, আৰক্ষী আৰু সুন্দৰীৰে ডেভিদ দে’ গেঙৰ লেটিপেটি! কোন আৰক্ষী–ৰাজনীতিকৰে মিতিৰালি চাইবাৰ অপৰাধীৰ?

ৰাজনীতিক, আৰক্ষী আৰু সুন্দৰীৰে ডেভিদ দে’ গেঙৰ লেটিপেটি! কোন আৰক্ষী–ৰাজনীতিকৰে মিতিৰালি চাইবাৰ অপৰাধীৰ?

কোন ৰাজনীতিকৰে লেটিপেটি আছে ডেভিদ দে’ এণ্ড কোম্পানীৰ? আৰক্ষীৰ কোন বিষয়াই ৰক্ষণাবেক্ষন দিছে চাইবাৰ অপৰাধীৰ গেঙক? ডেভিদ দে’, ৰাজন ছিদানা আৰু দিব্যম আৰোৰাৰ মোবাইলৰ পৰীক্ষাত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু ৰাজনীতিক আৰু আৰক্ষীৰ নাম। লগতে জাকে জাকে সুন্দৰীৰে চাইবাৰ গেঙৰ যোগাযোগ থকাৰ তথ্য পাইছে আৰক্ষীয়ে।   সুৰা, সুন্দৰী আৰু ৰেভ

“বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে”- মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান

“বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে”- মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান

অসমৰ মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান। ছ’চিয়েল মিডিয়াত তেওঁ বিগত সময়চোৱাত চৰকাৰে লোৱা কাৰ্যসূচীক লৈ ক্ষোভ প্ৰকাশ কৰি লিখিলে এইদৰে- “মাননীয় মন্ত্ৰী বিধায়ক সকল। আপোনালোকৰ প্ৰতিটো বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে। চাকৰিৰ নামত আমি পৰিয়াল, সন্তাৰ পৰা দুৰত থাকো আৰু সপ্তাহৰ শেষৰ দিনটোলৈ বাট চাই থাকো। বিভিন্ন পৰিকল্পনা

ঢকুৱাখনাত ৰাইজে সাজি উলিয়ালে চাৰিকড়ীয়া নৈৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং

ঢকুৱাখনাত ৰাইজে সাজি উলিয়ালে চাৰিকড়ীয়া নৈৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং

ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়,নৈ বওক বা নবওক কিন্ত ৰাইজে হাত উজান দিলে যে এখন দলং হয় সেয়া পুনৰ প্ৰমানিত কৰিলে ঢকুৱাখনা সমষ্টিৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে। চৰকাৰ-জনপ্ৰতিনিধিৰ আশা এৰি ৰাইজে সাজিলে চাৰিকড়ীয়া নদীৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং।সমষ্টিটোৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী