চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত অক্সিগুৰীৰ ওৰাং পাৰা, উত্তৰ বল্লামগুৰী, ফৰমাইশালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে পূৱতি নিশা অক্সিগুৰীৰ ওৰাং পাৰাত তাণ্ডব চলাই বিদ্যা ৰঞ্জন মল্লিকৰ প্ৰায় ২ বিঘা ধানৰ খেতি বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ কেইবাজনো কৃষকৰ ধানৰ খেতি খাই বিনষ্ট কৰে। একে
Author: GTM Desk
আজিকালি মানুহে চুলিৰ লগত জড়িত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে- চুলি সৰা, পাতল চুলি, নিৰ্জীৱ চুলি আৰু শুকান চুলি, উফিৰ সমস্যা আদি। এনে বহু লোক আছে যিসকলে প্ৰায়ে উফিৰ সমস্যাত ভুগে। চুলিৰ যত্ন নোলোৱা, শীতকাল আদি উফিৰ মূল কাৰণ হ’ব পাৰে, যদিও শৰীৰত কিছুমান উপাদানৰ অভাৱতো উফি হ’ব পাৰে।
ক’লিন অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিটো অমিতাত পোৱা যায় যদিও ই শৰীৰৰ ভিতৰতো উৎপন্ন হয়, কিন্তু বহু সময়ত মানুহে প্ৰয়োজন অনুসৰি কলিন গ্ৰহণ কৰিব নোৱাৰে। এই কলিন আমাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ আৰু আমি ইয়াক কেনেকৈ লাভ কৰিব পাৰো জানো আহক। ১. ক’লিন কিয় গুৰুত্বপূৰ্ণ? শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে ক’লিনৰ
ভয়াৱহ কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। বাতিল কৰা হৈছে আজি বিদ্যালয়ৰ পাঠদানৰ লগতে ছেণ্টমেৰিজকে ধৰি বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈ থকা পৰীক্ষাসমূহ। উল্লেখ্য যে, মুষলধাৰ বৰষুণৰ বাবে সমগ্ৰ গুৱাহটী এতিয়া পানীৰ তলত। অনিল নগৰৰ ঠায়ে ঠায়ে এবুকু পৰ্যন্ত উঠিছে পানী। এনে ঠায়ত এছ ডি
গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। বামুণীমৈদামত খহি পৰিল পাহাৰ। ভূমিস্খলনত এটা বাসগৃহৰো ক্ষতিসাধন। আকাশীপথত সংঘটিত হৈছে এই ঘটনা। নিশাৰে পৰা পুুৱালৈকে অহা মুষলধাৰ বৰষুণৰ বাবেই সংঘটিত এই ঘটনা। কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীৰ আন আন স্থানত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা।