মুখ্যমন্ত্ৰীৰ দম আছে যদি মিঞাৰ ভোট নিবিচৰাকৈ ইলেকচন জিকি দেখুৱাওক :শিখা শৰ্মা
Author: GTM Desk
গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যৰ এজন যুৱক হানী ট্ৰেপিঙৰ বলি হৈ মহানগৰীৰৰ এটা এপাৰ্টমেণ্টৰ কোঠাত বন্দী হৈ থকা বুলি ওলোৱা ঘটনাই পৰৱৰ্তী সময়ত ল’লে নতুন মোৰ। আৰু তাৰ পাছতে সৃষ্টি হৈছে এটা নতুন প্ৰশ্নৰ, এয়া হানী ট্ৰেপিঙৰ ঘটনা নে সপোনৰ ঘৰ ভগাৰ যন্ত্ৰণাত প্ৰেমাস্পদক বান্ধি ৰখাৰ ব্যৰ্থ প্ৰয়াস!
পশ্চিম নলবাৰীৰ ৰিপীয়াবাথান গাঁৱৰ কেন্দুতলৰ পাপৰি বৰ্মন নামৰ এগৰাকী মহিলা নিৰুদ্দেশ। কোনো সদাশয় লোকে পাপৰি বৰ্মনৰ সম্ভেদ পালে 6003020528 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
এটা অস্ত্ৰোপচাৰ আৰু এখন টাৱেলক লৈ দিল্লীত এতিয়া ব্যাপক চৰ্চা৷ এজন যুৱকৰ হাৰ্নিয়া অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে যুৱকজনৰ পেটৰ পৰা আঁতৰ কৰে ৫০০ গ্ৰামৰ এখন টাৱেল৷ ৰাজধানী নগৰখনৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পাছত এজন যুৱকৰ পেটত ৰৈ গৈছিল ৫০০ গ্ৰাম ওজনৰ এখন টাৱেল৷ অস্ত্ৰোপচাৰৰ পাছত যেতিয়া তেওঁ পুনৰ বিষ অনুভৱ কৰিছিল, তেওঁক
ৰাজ্যত প্ৰতিদিনে উদ্বেগ জনক ভাৱে বৃদ্ধি পাইছে মহিলা সন্ধানহীন হোৱাৰ ঘটনা। তিতাবৰৰ মাধপুৰত বেংকলৈ বুলি ওলাই গৈ ৬ বছৰীয়া পুত্ৰসহ ৩দিনে সন্ধানহীন হৈ আছে এগৰাকী মহিলা। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, সন্ধানহীন মহিলাগৰাকীৰ নাম মাইনা চুতীয়া। পুত্ৰক লগত লৈ মাধপুৰৰ বেংকলৈ গৈ ৩দিনে