নিশাৰ আহাৰত পলম হ’লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিসাধন হ’ব পাৰে৷ যেনে– ১] ওজন বৃদ্ধিঃ নিশাৰ ভাগত হজম শক্তিত মন্থৰতা আহি পৰে৷ সেয়েহে খাদ্যৰ হজমত পলম হ’লে অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷ ২] নিদ্ৰাত সমস্যাঃ নিশা বহু দেৰিলৈকে উজাগৰে থাকিলে ভোক বৃদ্ধি পায়৷ এনে অৱস্থাত কাষতে যি খাদ্য পোৱা যায় তাকে
Author: GTM Desk
ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি
৩ অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক হব শিক্ষাসেতু পোৰ্টেল। এই বিষয়ে ঘোষনা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্ৰী পেগুৱে সদৰি কৰামতে ৰাজ্যখনত বেমেজালিৰ সৃষ্টি কৰা জিলা দুখন হৈছে নগাঁও আৰু হাইলাকান্দি। বিভাগে অতি কঠোৰ ভাবে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি কয় যে বিদ্যালয় সমূহত ” ৪ জিবি” টেবলেট
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,সাহিত্য,সাংস্কৃতিক, আধ্যাত্মিক তথা সামাজিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে নগাঁৱৰ কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱটিৰ ৰবিবাৰে সামৰণি পৰে । ৰবিবাৰে পুৱাৰ ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ
পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷অৰ্ধ উলংগ কৰি এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পাছত ৰক্তক্ষৰণ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ঘৰে ঘৰে গৈ সহায় বিচৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। মানুহে অসহায় কিশোৰীৰ ফালে চাই থাকিল যদিও সহায় কৰিবলৈ অস্বীকাৰ কৰে। সহায়ৰ বাবে কাষ চাপি অহাৰ সময়ত এজন লোকে তেওঁক