Author: GTM Desk

পুনৰ ৰাজ্যত সংঘটিত নৃশংস ঘটনা; সেনা বিষয়াৰ পত্নীৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত নাবালিকা

পুনৰ ৰাজ্যত সংঘটিত নৃশংস ঘটনা; সেনা বিষয়াৰ পত্নীৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত নাবালিকা

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ ঘটনা৷কিছুদিনৰ পূৰ্বে চিকিৎসক দম্পতীৰ তোলনীয়া  সন্তানৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ খবৰে ৰাজ্যবাসীক ব্যথিত কৰি তুলিছিল৷পুনৰ ৰাজ্যত সংঘটিত হৈছে অনুৰূপ ঘটনা৷এজন সেনা বিষয়া আৰু তেওঁৰ পত্নীয়ে ঘৰত বনকৰা ছোৱালী হিচাপে থকা এগৰাকী কিশোৰীৰ ওপৰত চলাইছে অমানুষিক অত্যাচাৰ৷অভিযুক্ত সেনা জোৱানজন মেজৰ শৈলেন্দ্ৰ যাদৱ বুলি চিনাক্ত কৰা

শুই থকাৰ সময়ত নাক বাজে যদি এই টিপচসমূহ জানি লওক

শুই থকাৰ সময়ত নাক বাজে যদি এই টিপচসমূহ জানি লওক

শুই থকাৰ সময়ত-নাক বাজে নেকি?চিৰদিনৰ বাবে-নাক বজা বন্ধ কৰিবলৈ-কিছুমান সহজ টিপছ-( Assamese Fact ) *শুই থকাৰ সময়ত নাক বাজে নেকি! নাক বাজিলে-প্ৰায়ে উপহাস কৰা হয়।কিন্তু সমস্যাটোক লৈ ঠাট্ৰা কৰিয়েই উৰুৱাই দিব নোঁৱাৰি।অতিৰিক্ত ওজনৰ বাবে-নাকত যিকোনো ধৰণৰ ব্লক,নাকৰ হাড়ৰ যিকোনো সমস্যা-চৰ্দি,হাওঁফাওঁৰ সমস্যাৰ বাবে,মানুহৰ নাক বাজে। কিন্তু এই সমস্যাবোৰৰ অতি সহজে-মোকাবিলা কৰিব

গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক

গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক

গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক। এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হৈছে ড০ চাবিনা লাংথাছাক। ড০ চাবিনা লাংথাছা বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক। প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চাবিনা লাংথাছা। চাবিনাৰ স্বামী প্ৰেমা ভান্দ্ৰা বাচনুকো আটক কৰিছে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁলোকৰ

পুনৰ গুৱাহাটীত শিশু নিৰ্যাতনৰ ঘটনা

পুনৰ গুৱাহাটীত শিশু নিৰ্যাতনৰ ঘটনা

মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল শিশুটিৰ। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল শিশুটিৰ ওপৰত। পুনৰ মহানগৰীত শিশু নিৰ্যাতনৰ ঘটনা। ড০ চাবিনা লাংথাছা নামৰ এগৰাকী প্ৰফেছৰে বনকৰা শিশু হিচাপে ৰাখিছিল ১০ বছৰীয়া কন্যা শিশুটিক। মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ শিশুটিক। শিশুটিৰ ঘৰ উমৰাংছ’ত।

দাঁতৰ মেজিক! তিনি মিনিটতে ক’লা দাগ হ’ব চাফা

দাঁতৰ মেজিক! তিনি মিনিটতে ক’লা দাগ হ’ব চাফা

কথাতে কয়–‘মুখৰ মিচিকণি, দাঁতৰ জিলিঙনি’৷ মৌন ওঁঠত লহৰ উঠিলেই, মুখত হাঁহি বিৰিঙে আৰু তেতিয়া মুকুতামণি সদৃশ দাঁতে জেউতি চৰায়৷ কোৱা হয়– হাঁহিৰেই মানুহে লংকা জয় কৰিব পাৰে৷ আকৌ সেই হাঁহিত যদি ক’লা দাঁত দুপৰি ওলাই, তেতিয়া দেখাত লাগে কুৎসিত৷ অত্যাধিক চাহ, কফি, পাণ বা ধুমপান কৰিলে দাঁত ক’লা হয়৷ ই