Author: GTM Desk

এই তিনি ৰাশিৰ ওপৰত শনিৰ মহাকৃপা! টকা–পইচা ওপচাই দিব সূৰ্যপুত্ৰই

এই তিনি ৰাশিৰ ওপৰত শনিৰ মহাকৃপা! টকা–পইচা ওপচাই দিব সূৰ্যপুত্ৰই

জ্যোতিষ শাস্ত্ৰ মতে শনি অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ। শনিৰ কৃপাত জীৱন অত্যন্ত ভাল হ’ব পাৰে যদি কুষ্ঠিত শনিৰ অৱস্থান ভাল হয়। (প্ৰতীকী ফটো) এই চাৰি ৰাশিৰ জীৱন হ’ব সুন্দৰ, শনিয়ে তেওঁৰ প্ৰিয় মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিত থাকিব আগন্তুক ২০২৫ চন পৰ্যন্ত (প্ৰতীকী ফটো) শনিৰ বক্ৰি ৰূপ যিদৰে প্ৰতিটো ৰাশিৰ ওপৰত

ISI এজেণ্ট হাৰলীন কৌৰ, প্ৰীতিৰ প্ৰেমত শৈলেন্দ্ৰ কুমাৰ, পাকিস্তানী সুন্দৰীৰ হানী ট্ৰেপিঙৰ কৱলত ভাৰতীয় সেনা জোৱান

ISI এজেণ্ট হাৰলীন কৌৰ, প্ৰীতিৰ প্ৰেমত শৈলেন্দ্ৰ কুমাৰ, পাকিস্তানী সুন্দৰীৰ হানী ট্ৰেপিঙৰ কৱলত ভাৰতীয় সেনা জোৱান

২৭ বছৰীয়া এজন সুদৰ্শন যুৱক শৈলেশ চৌহান। বেশভূষাত ভাৰতীয় সেনাৰ ইউনিফৰ্ম পৰিহিত ফটোসহ ফেচবুক প্ৰফাইল। ভাৰতীয় সেনাত কৰ্মৰত বুলিয়ে লিখা আছে শৈলেশ চৌহানৰ ফেচবুক প্ৰফাইলত। এইগৰাকী শৈলেশ কুমাৰেই পৰিল পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সুন্দৰী এজেণ্টৰ হানী ট্ৰেপিঙৰ কৱলত। শৈলেশ চৌহান তেতিয়া অৰুণাচলত কৰ্মৰত। দিনটোৰ কামৰ অন্তত ফেচবুকতে (Facebook) ব্যস্ত থাকে

সাবধান! কলেজীয়া ছাত্ৰীক টাৰ্গেট কৰি কৃত্ৰিম যৌন প্ৰতিচ্ছবি ভাইৰেল কৰিছে দুষ্টচক্ৰই

সাবধান! কলেজীয়া ছাত্ৰীক টাৰ্গেট কৰি কৃত্ৰিম যৌন প্ৰতিচ্ছবি ভাইৰেল কৰিছে দুষ্টচক্ৰই

শেহতীয়াকৈ কিছুদিন পূৰ্বে এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ

ব্ৰহ্মপুত্ৰৰ নতুন দলং হ’ব টোলগেটযুক্ত…

ব্ৰহ্মপুত্ৰৰ নতুন দলং হ’ব টোলগেটযুক্ত…

ৰাজ্যবাসীৰ মূৰত পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ এইবাৰ কৰ সংগ্ৰহৰ বাবে চৰকাৰখনে হাতত লৈছে নতুন কৌশল৷ অসমত ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ সংখ্যাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ঘোষণাই চিন্তিত কৰিছে ৰাজ্যবাসীক৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণা হৈছে– শদিয়াৰ পৰা ধুবুৰীলৈ