গুজৰাটৰ আহমেদাবাদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্মম প্ৰহাৰ। দুজন লোকৰ সন্মুখতে আন এজনে উপৰ্যুপৰি প্ৰহাৰ কৰে যুৱতীগৰাকীক। চৰ, গোৰ, ভুকু, ঘোচাৰ লগতে চুলিত ধৰি এটা কোঠাৰ ভিতৰলৈ সুমুৱাই নিছে যুৱতীক। লোকজনৰ প্ৰহাৰৰ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত। যুৱতীগৰাকীৰ শৰীৰৰ কাপোৰ পৰ্যন্ত ফালি চিৰাচিৰ কৰিলে মানৱ ৰূপী দানৱটোৱে। আহমেদাবাদৰ সিন্ধু
Author: GTM Desk
এটা মোবাইল নম্বৰৰ আঁত ধৰি অসম আৰক্ষীয়ে জালত পেলালে ৩টা নৰপিশাচক। এখন ডায়েৰীত লিখি থোৱা আছিল নম্বৰটো। ডায়েৰীখন আছিল ১৪ বছৰীয়া এগৰাকী কিশোৰীৰ। ৯ ছেপ্টেম্বৰৰ নিশা নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল কিশোৰীগৰাকী। মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল শিহৰণকাৰী তথ্য। যি তথ্য দেখি গা শিয়ৰি উঠিছিল আৰক্ষীৰ। কি আছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? হত্যা
সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়। ( Assamese Horoscope ) আৰু এইবাবেই অসুৰসকলে বৰদান লাভ কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল। মেঘ ৰাশি- এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা
১. *মেষ ৰাশি* (অ,ল) : – মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ কৰ্মক্ষেত্ৰত শুভ হ’ব, কৰ্মত নতুনকৈ আঁচনি গ্ৰহণ সুযোগ লাভ কৰিব, লগতে আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ প্ৰেমত আনন্দ বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা
*বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থানটোক উপাসনা গৃহ বুলি গণ্য কৰা হয়।বাস্তুৰ নীতি শক্তিৰ ওপৰত আধাৰিত আৰু বেছিভাগ শক্তি-উপাসনা গৃহৰ পৰা ওলাই আহে।( Religious Studies ) *বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত ৰখা সকলো বস্তুৰ বিশেষ গুৰুত্ব আছে।নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত ৰখা-কিছুমান বস্তুৱে-ঘৰৰ সদ্যসকলৰ ওপৰত-বেয়া