Author: GTM Desk

বটদ্ৰৱাত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা, সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন

বটদ্ৰৱাত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা, সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন

নিউজ ব্যুৰ’,নগাঁও,২৪ছেপ্টেম্বৰ:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ দিনটোত অৰ্থাৎ ৰবিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্রীশ্রীবটদ্ৰৱা থান দৰ্শন কৰি আশিস গ্ৰহণৰ লগতে বটদ্ৰৱা থান চৌহদৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপৰ অধীনত প্রায় ২২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা সত্ৰীয়া চ’ৰা,সভাঘৰ,দামোদৰ আতা যাত্রী নিবাস আৰু কাৰ্যালয় ভৱনৰ শুভ

আজমলৰ আশাত চেচাপানী ঢালিলে কংগ্ৰেছ হাইকমাণ্ডে,দিল্লীত ৰাহুল গান্ধীৰ স্পষ্ট ঘোষণা..

আজমলৰ আশাত চেচাপানী ঢালিলে কংগ্ৰেছ হাইকমাণ্ডে,দিল্লীত ৰাহুল গান্ধীৰ স্পষ্ট ঘোষণা..

নতুন দিল্লীত ৰাহুল গান্ধীৰ এটা ঘোষণাই খলকনি সৃষ্টি কৰিছে AIUDFৰ ভিতৰচ’ৰাত। ‘লোকসভা নিৰ্বাচনেই হওক, বা যিকোনো নিৰ্বাচনত কোনোপধ্যে মিত্ৰতা নহয় কংগ্ৰেছ-AIUDFৰ  

সাৱধান, ভুলতো এই ৫ বিধ খাদ্য মুখত নিদিব, ইউৰিক এচিডৰ বিষ দুগুণ বৃদ্ধি হ’ব …

সাৱধান, ভুলতো এই ৫ বিধ খাদ্য মুখত নিদিব, ইউৰিক এচিডৰ বিষ দুগুণ বৃদ্ধি হ’ব …

কম বেছি পৰিমাণে সকলোৱে অন্ত্ৰৰ বিষত ভুগে, শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে তীব্ৰ গাঁঠিৰ বিষ আৰম্ভ হয়, ক্লিভলেণ্ড ক্লিনিকৰ মতে, এই সমস্যাটোৰ বাবে প্ৰুৰিন সমৃদ্ধ খাদ্য মুখ্যতঃ দায়ী। সেয়েহে, উচ্চ পৰিমাণৰ প্ৰুৰিন থকা খাদ্যৰ পৰা আঁতৰি থকাটো অতি গুৰুত্বপূৰ্ণ। সুৰা- সুৰা হৈছে প্ৰুৰিনৰ উৎস, অত্যাধিক সুৰা পান কৰিলে আৰ্থ্ৰাইটিছৰ বিষ