বৰষুণৰ বতৰ চলি আছে। কিন্তু বৰষুণ হওঁক বা নহওঁক, এই সময়ত মানুহৰ পেটৰ বিকাৰৰ সমস্যা বৃদ্ধি হয়। দূষিত পানী আৰু অস্বাস্থ্যকৰ খাদ্যৰ সৈতে পাৰিপাৰ্শ্বিক আৰ্দ্ৰতাৰ ফলত বিভিন্ন হজম সমস্যা হ’ব পাৰে, যেনে বদহজম, ওকালি অহা আৰু পাকস্থলীৰ সংক্ৰমণ। হায়দৰাবাদৰ যশোদা চিকিৎসালয় কনছালটেণ্ট গেষ্ট্ৰোএণ্টেৰোলজিষ্ট ডাঃ আদি ৰাকেশ কুমাৰে বাৰিষাকালত গেষ্ট্ৰিক সমস্যা
Author: GTM Desk
যেতিয়া শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয়, ইয়াক হাইপাৰ ইউৰিচেমিয়া বুলি কোৱা হয়। ইয়াৰ ফলত আৰ্থ্ৰাইটিছ হয়। আৰ্থ্ৰাইটিছৰ ফলত গাঁঠিত তীব্ৰ বিষ হয়। ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে গাঁঠিৰ বিষ তীব্ৰ হয়। ই প্ৰদাহজনক আৰ্থ্ৰাইটিছলৈ ৰূপান্তৰিত হয়। ইউৰিক এচিডে গাঁঠিৰ ওচৰত কাৰ্টিলেজৰ সলনি স্ফটিক গঠন কৰিবলৈ আৰম্ভ কৰে।
মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে। ( Religious Studies) দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি
ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies) *ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়। *ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।
ভাৰতত বৰ্তমান কিডনীত ষ্ট’ন থকা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে।সমগ্ৰ দেশতে বৃহৎ সংখ্যক এই ৰোগৰ চিকাৰ হৈছে।বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ।ইয়াৰ মূল কাম হল-তেজ ফিল্টাৰ কৰা।ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট(চডিয়াম-পটাচিয়াম)ইত্যাদিৰ ভাৰসাম্য বজায় ৰাখে। ( Assamese Health Tips ) কেলচিয়াম-ছডিয়াম আৰু বহু