Author: GTM Desk

দুবছৰতে বিকল মহানগৰীৰ ফুটব্ৰীজ

দুবছৰতে বিকল মহানগৰীৰ ফুটব্ৰীজ

গুৱাহাটী মহানগৰীত পথচাৰীৰ সুবিধা হোৱাকৈ ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে এখনৰ পাছত এখন ফুটব্ৰীজ অৰ্থাৎ পদসেতু৷ অৱশ্যে ৰাজকোষৰ ধনেৰে অত্যাধুনিক পদসেতুসমূহ নিৰ্মাণ কৰিলেও প্ৰশাসনৰ গুৰুত্বহীনতা আৰু চাফ-চিকুণতাৰ অভাৱত পদসেতুসমূহ একাংশ আশ্ৰয়হীন লোকৰ মলত্যাগৰ স্থলীত পৰিণত হৈছে৷ মহানগৰীৰ লাচিত নগৰ আৰু দিছপুৰ পদসেতুৰ কদৰ্যময় পৰিৱেশৰ বাবে পথচাৰীয়ে পাৰাপাৰ হওঁতে

এইবোৰ খাদ্যত মাংসতকৈও বেছি আয়ৰন থাকে

এইবোৰ খাদ্যত মাংসতকৈও বেছি আয়ৰন থাকে

পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূৰ্ণ৷ সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব৷ আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ সেয়ে আয়ৰনৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে– পালেং শাকঃ প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে৷ এশ গ্ৰাম পালেং

এই কেন্সাৰ ভাৰতত অতি সাধাৰণ,যাৰ লক্ষণ দেখি আওকাণ নকৰিব….

এই কেন্সাৰ ভাৰতত অতি সাধাৰণ,যাৰ লক্ষণ দেখি আওকাণ নকৰিব….

যিকোনো অংশতে মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। যেনে ওঁঠ, আঁলু, জিভা, গালৰ ভিতৰৰ তৰপ বা জিভাৰ তলত। ভাৰতত দেখা দিয়া অন্যতম সাধাৰণ কৰ্কট ৰোগ হৈছে মুখৰ কৰ্কট ৰোগ। ২০২০ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ধঁপাত সেৱন মুখৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈ আহিছে। গুটখা, জৰ্দা, খাইনী, চিগাৰেট, বীড়ি আদি

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদকক গুৰুলাগুৰুলকৈ প্ৰহাৰৰ অভিযোগ

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত নামঘৰ পৰিচালনাক লৈ দীৰ্ঘদিনে চলি থকা আইনী যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ঘিলাধাৰী আৰক্ষী থানাত হ’বলগীয়া নামঘৰৰ শুনানিৰ পূৰ্বে কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক নামঘৰৰ খেলৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ ঘিলাধাৰী আৰক্ষী থানাত বৃহস্পতিবাৰে নামঘৰৰ শুনানি