নিউজ ব্যুৰ’,নগাঁও,২১ছেপ্টেম্বৰ:—দেশ বিৰোধী কাৰ্য কলাপত জড়িত অভিযোগত নগাঁও জিলাৰ জাজৰিৰ গেন্ধুৱা পথাৰ গাঁৱৰ এজন যুৱকক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা যুৱকজনক বটদ্ৰৱা সমষ্টিৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধুৱা পথাৰৰ ইকবাল হুছেইন ।ওড়িশাৰ চিআইডিৰ এটা দল আৰু জাজৰি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ইকবাল হুছেইন নামৰ যুৱকজন। আৰক্ষীৰ সূত্ৰৰ
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,২০ছেপ্টেম্বৰ:–১৯৪২ চনৰ ২০ছেপ্টেম্বৰৰ দিনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এটি স্মৰণীয় দিন । স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ২০ ছেপ্টেম্বৰৰ দিনটোতে দেশৰ আৰক্ষী থানাসমূহত জাতীয় পতাকা উত্তোলনেৰে “থানা দখল” কাৰ্যসূচী গ্ৰহণ কৰিছিল । কাৰণ তেতিয়া আৰক্ষী থানাসমূহেই আছিল সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰৰ ক্ষমতাৰ প্ৰতীক। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো
২১চেপ্তেম্বৰ, গুৱাহাটীঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ধুবুৰীৰ পৰা শদিয়ালৈ আজি আৰম্ভ কৰা “এক অসম যাত্ৰা”ক এক হাস্যকৰ কাৰ্যসূচী বুলি অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখপাত্ৰ কোঁৱৰে কয় যে লুৰিণজ্যোতি গগৈৰ এই যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক
বিশ্বনাথৰ জিনজিয়া চাহ বাগিছাত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিহিক । জিনজিয়া চাহ বাগিছাৰ ফেক্টৰিৰ ভিতৰত সংঘটিত হ’ল এই হত্যাকাণ্ড । লব মুণ্ডা নামৰ খুলশালীয়েক জনে দাৰে পিছফালৰ পৰা আক্ৰমণ কৰি হত্যা কৰে লুকাছ তাঁতী নামৰ ভিনিয়েক গৰাকীক ।পাৰিবাৰিক কণ্ডলৰ বাবেই খুলশালীয়ে নিজ
পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। অংগনৱাড়ী সহায়িকাৰ চাকৰি দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰা