Author: GTM Desk

চুলি সৰা সমস্যা থাকিলে নহৰু ব্যৱহাৰ কৰিব পাৰে

চুলি সৰা সমস্যা থাকিলে নহৰু ব্যৱহাৰ কৰিব পাৰে

চুলি সৰা সমস্যা ৰোধৰ ক্ষেত্ৰত নহৰু খুবেই কাৰ্যকৰী৷ নহৰুৱে চুলি সৰা বন্ধ কৰাৰ লগতে উফি আৰু মূৰৰ ছালৰ ইনফেক্‌চন দূৰ কৰাত সহায় কৰে৷ অকল সেয়াই নহয়, বিশেষজ্ঞসকলৰ মতে নহৰুৱে নতুনকৈ চুলি গজাৰ ক্ষেত্ৰতো সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে চুলিৰ গুৰিত তেল সনাৰ দৰে নহৰুৰ ৰস লগালে নতুনকৈ চুলি গজিবলৈ আৰম্ভ কৰে৷

চাহৰ সৈতে চিগাৰেট? পৰিণতি হ’ব পাৰে ভয়ংকৰ

চাহৰ সৈতে চিগাৰেট? পৰিণতি হ’ব পাৰে ভয়ংকৰ

হাতত জ্বলন্ত চিগাৰেট৷ লগত গৰম চাহ৷ এই অভ্যাস বহুতৰে৷ পিছে জানি থোৱা ভাল যে এনে অভ্যাসৰ পৰিণতি হ’ব পাৰে অতি ভয়ংকৰ৷ গৱেষণাত পোৱা তথ্যমতে অত্যধিক গৰম চাহ পান কৰাৰ অভ্যাসে ইছ’ফেজিয়াল কেন্সাৰৰ আশংকা বৃদ্ধি কৰে৷ এনালাইছিছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ আলোচনীত এই আশংকাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ আলোচনীখনৰ মতে যিসকল

এইবোৰ উপায়েৰে বৃক্ক ভালে ৰাখক…

এইবোৰ উপায়েৰে বৃক্ক ভালে ৰাখক…

বৃক্কই শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰে৷ বৃক্কই দেহৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়ে৷ কিন্তু বৃক্কই সঠিকভাৱে কাম নকৰিলে বিভিন্ন শাৰীৰিক সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ ইয়াৰ পৰিণতিত আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে বৃক্ক ভালে ৰখাটো জৰুৰী৷ বৃক্ক এইবোৰ উপায়েৰে ভালে ৰাখিব পাৰি– ⬛ পৰ্যাপ্ত পৰিমাণে পানী খাওকঃ

জালুকৰ পৰাও পাব অনেক উপকাৰ..

জালুকৰ পৰাও পাব অনেক উপকাৰ..

জালুকত বিভিন্ন প্ৰকাৰৰ ঔষধি গুণ আছে৷ যাৰ বাবে বিভিন্ন খাদ্যৰ সৈতে জালুক খালে বহুতো উপকাৰ পোৱা যায়৷ মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰীঃ জালুকত পাইপাইৰাইন থাকে, যি চেৰোটনিন ভাঙি যোৱা এনজাইম প্ৰতিৰোধ কৰাত সহায় কৰে৷ জালুক খালে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷ হজম শক্তি বৃদ্ধিঃ জালুকে পাচন ৰস আৰু এনজাইম সক্ৰিয় কৰে,

শান্তি-সমন্বয়ৰ বাৰ্তাৰে অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’

শান্তি-সমন্বয়ৰ বাৰ্তাৰে অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয় বাৰ্তাৰে বৃহস্পতিবাৰে ধুবুৰীৰ পৰা আৰম্ভ হ’ব অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ কাৰ্য্যসূচী। অসম জাতীয় পৰিষদৰ উদ্যোগত হ’ব লগা এই কাৰ্য্যসূচীৰ প্ৰাকমুহূৰ্ত্তত অ.জা.পৰ সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলীয় নেতৃবৰ্গই মধুপুৰ সত্ৰত শৰাই আগবঢ়াই সেৱা-প্ৰাৰ্থনা কৰে। নেতৃবৰ্গই জানিবলৈ দিয়া অনুসৰি শংকৰদেৱ-মাধৱদেৱে দেখুৱাই যোৱা শান্তি-সম্প্ৰীতি,একতা