এটা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ। প্ৰবাদ অনুসৰি মন্দিৰটো বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল আৰু নিজেই ধংস কৰিছিল৷ লোকবিশ্বাস আছে যে মন্দিৰটোত পুজা অৰ্চনা কৰিলে যান বাহনৰ গৰাকী বা চালকৰ যানবাহন দুৰ্ঘটনা নহয় বা মংগল হয়৷ পৰ্যটকক হাত বাউলি মাতে ইয়াৰ মনোৰম দৃশ্যই। পৰ্যটনৰ নতুন সম্ভাৱনা হ’ব পাৰে এই ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ বা
Author: GTM Desk
ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু । ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত । ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় । মৃত মহিলাগৰাকীৰ নাম খাদিজা বেগম । ঘটনা অনুসৰি ৰবিবাৰে সন্ধিয়া ৫:৩০ মান বজাত ৰেল লাইনত লাগি থকা ছাগলী আনিবলৈ যাওতে
ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই প্রায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে । এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ফাটেমা কনভেণ্ট স্কুলৰ সমুখত এখন AS 01 DW 0917 নম্বৰৰ বুলেট বাইকত আহি থকা এজন লোকক তালাচী চলাই । তালাচী চলাই আৰক্ষীয়ে লোক জনৰ পৰা 3তা চাবোনৰ বাকচত 35গ্ৰাম নিষিদ্ধ
বিপদ বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতে জাৰি কৰিছে চমন। ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শৰ্মাই মানহানিক মন্তব্যৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে অসমৰ মুখ্যমন্ত্ৰীক চমন জাৰি কৰিছে। অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰা
🔴ৰোগীৰ নিৰুদ্দেশক লৈ GMCHত চাঞ্চল্য🔴১২ ছেপ্টেম্বৰত মেডিচিন ৱাৰ্ডত ভৰ্তি হোৱা গণেশ কাৰ্কী সন্ধানহীন🔴১৬ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন গণেশ কাৰ্কী