Author: GTM Desk

বিহালী বৰগাং আৰক্ষীয়ে  অবৈধ ভাবে সৰবৰাহ গৰু ভৰ্তি বাহন সহ দুজনক আটক

বিহালী বৰগাং আৰক্ষীয়ে অবৈধ ভাবে সৰবৰাহ গৰু ভৰ্তি বাহন সহ দুজনক আটক

বিহালীত সমষ্টিৰ অন্তৰ্গত বৰগাং আৰক্ষীয়ে পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ কৰাৰ লগতে ২জন বাহন চালকক আটক কৰে । তথ্য মতে আজি পুৱা ৬ মান বজাত বিশেষ সুত্ৰৰ পম খেদি বৰগাং আৰক্ষীয়ে চেৰেলীয়া দলঙৰ সমীপত নাকাছেকিং লগাই আৰু ৩০ টা গৰু সহ UP 90 T 4474 বাহন

মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন

মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন

🔴মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন🔴কৰ্তব্যত গাফিলতি আৰু সহকৰ্মীৰ লগতে গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ৰঙিয়া আৰক্ষীৰ প্ৰায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীৰ প্ৰায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই প্রায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে । এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ফাটেমা কনভেণ্ট স্কুলৰ সমুখত এখন AS 01 DW 0917 নম্বৰৰ বুলেট বাইকত আহি থকা এজন লোকক তালাচী চলাই । তালাচী চলাই আৰক্ষীয়ে লোক জনৰ পৰা 3তা চাবোনৰ বাকচত 35গ্ৰাম নিষিদ্ধ