ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা। পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত সংঘটিত হৈছে শিশু বিক্রীৰ ঘটনা। দয়াংমুখৰ ৰাধানগৰ গাঁৱত ২ বছৰীয়া কন্যা সন্তানক বিক্রী কৰিছে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি ১০ হাজাৰ টকাত শিশুটিক বিক্রী কৰিছে পাষাণ পিতৃ দিলীপ বিশ্বাসে। দ্বিতীয়টো
Author: GTM Desk
শিৱসাগৰৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণৰ কাণ্ড পোহৰলৈ আহিছে। বুধবাৰে সংঘটিত হয় এই ঘটনা। আমগুৰিস্থিত মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অপহৰণ ছাত্ৰগৰাকীক। অপহৃত ছাত্রজনৰ নাম অনিকীত দুৱৰী বুলি জানিব পৰা গৈছে। জানিব পৰা মতে তিনি দুৰ্বৃত্তই আহি বিদ্যালয়ৰ পৰাই অপহৰণ কৰে অনিকীতক।ইতিমধ্যে ঘটনা সন্দৰ্ভত
এপলে মুকলি কৰিছে আইফোন ১৫। ইয়াৰ কেমেৰা ৪৮ মেগাপিক্সেল। আইফোন ১৫ প্লাছৰ ‘ফাইণ্ড মাই’ ফিচাৰে ১৪খন দেশত কাম কৰিব আৰু ই চেলুলাৰ সেৱা অবিহনে কাম কৰিব পাৰিব। ইয়াত থাকিব টাইপ-চি ইউএছবি চাৰ্জিং প’ৰ্ট। আইফোন ১৫ৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য প্ৰায় ৬৬,২৩০ টকা আৰু আইফোন ১৫ প্লাছৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য
🔴মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে ১ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব সাহায্য 🔴২, ৩, ৫ লাখ টকালৈ যুৱক-যুৱতীসকলে লাভ কৰিব সাহায্য 🔴আত্মসংস্থাপনৰ বাবে প্ৰদান কৰা হ’ব এই ধন 🔴কেবিনেটৰ অন্তত সংবাদমেলযোগে জনালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
চাদৰ পৰা ৰাস্তাত সৰি পৰিল ৩ বছৰীয়া সন্তান। দুদিন হাস্পতালত মৃত্যুৰে যুঁজ শিশুটিৰ। কিন্তু তাৰপাছতো শেষ ৰক্ষা নহ’ল। চিকিৎসালয়তে কৰুণ মৃত্যুক সাৱতি ল’লে ৩ বছৰীয়া শিশুটিয়ে। সন্তানৰ মৃত্যুত ভাগি পৰিল পিতৃ-মাতৃ। অসহনীয় পুত্ৰশোকত দগ্ধ হৈ বাকৰূদ্ধ হৈ পৰিল পিতৃ। বিপৰীতে দিনৰ পাছত দিন উজাগৰী নিশা কটাব লগা হ’ল মাতৃয়ে। এখন্তেকো