Author: GTM Desk

আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ৰ মুক্তিৰ দিন ঘোষণা

আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ৰ মুক্তিৰ দিন ঘোষণা

বহুতৰে বাবে বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত ছবি খনৰ  অৱশেষত মুক্তিৰ দিন ঘোষণা কৰা হ’ল।আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ ছবিখনে ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বজুৰি বহু ছবিগৃহত মুক্তি পাব। শেহতীয়াকৈ ছবি খনৰ  নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি এখন আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰিছে। এই খবৰে এতিয়া  ছ’চিয়েল মিডিয়াত এক আলোড়নৰ

উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাক হত্যা কৰি মৃতদেহ শৌচাগাৰত লুকুৱাই থলে স্বামীয়ে!

উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাক হত্যা কৰি মৃতদেহ শৌচাগাৰত লুকুৱাই থলে স্বামীয়ে!

এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া  এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে।    স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই

ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক

ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক

🔴 ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক। 🔴 নিশাৰ পৰা পুৱতি নিশালৈ ক’ত আছিল হত্যাকাৰী আজিজ? আজিজ আহমেদ আৰু মেহেকে ক’ত পাৰ্টী কৰিছিল?  

মহানগৰীৰ জালুকবাৰীত উদ্ধাৰ মৃতদেহ

মহানগৰীৰ জালুকবাৰীত উদ্ধাৰ মৃতদেহ

মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহ। মৃত লোকজন লালচান্দ আলী বুলি জানিব পৰা গৈছে। লালচান্দ আলী পেচাত আছিল এজন ফেৰীৱালা। মৃত লোকজনৰ ঘৰ ধুবুৰীত, কৰ্মসূত্ৰে থাকে জালুকবাৰীত।

এইসমূহ খাদ্যত মাংসতকৈও বেছিকৈ থাকে আয়ৰন, জানো আহক

এইসমূহ খাদ্যত মাংসতকৈও বেছিকৈ থাকে আয়ৰন, জানো আহক

পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূর্ণ। সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব। আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে। সেয়ে আয়নৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে— পালেং শাক : প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। এশ গ্রাম