লিভ ইন সংগীক প্ৰেছাৰ কুকাৰেৰে মৰিয়াই হত্যা (Bengaluru Man Kills Live-In Partner With Pressure Cooker) প্ৰেচাৰ কুকাৰেৰে নিজৰ লিভ ইন সংগীক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে বৈষ্ণৱ নামৰ ২৯ বছৰীয়া যুৱক। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৫ বজাত লোকজনৰ সংগীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি দুয়োৰে মাজত কাজিয়া
Author: GTM Desk
পুনৰ বিকৃত কৰা হ’ল বিহু নৃত্যৰ ৷ বিদেশী ৰাষ্ট্ৰ প্রধানৰ সমুখত অসমৰ সংস্কৃতি বুলি বিকৃত ৰূপত বিহুক উপস্থাপন কৰা হয়। উল্লেখ্য যে,জি ২০ সন্মিলনত অংশ গ্ৰহণৰ বাবে বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হৈছিল বিহু নৃত্যৰে। অৱশ্যে এইয়া অসমবাসীৰ বাবে গোৰৱৰ ক্ষণ ৷ কিন্তু
বজালীত আৰক্ষীৰ ধন দাবী আৰু নাজিৰাৰ আৰক্ষী বিষয়াকাণ্ডই আৰক্ষীৰ পোছাকত দাগ লগোৱাৰ পাছত এইবাৰ আন এক ঘটনাই পুনৰ লজ্জানত কৰিলে অসম আৰক্ষীক ৷ ৰক্ষকেই যেতিয়া ভক্ষকৰ ভূমিকা লয় ৷ তেতিয়া সৰ্বসাধাৰণনে কাৰ ওপৰত ভৰসা কৰিব ৷ বৃহস্পতিবাৰে নিশা ধুবু্ৰী চহৰৰ মাজমজিয়াৰ এটা অঞ্চলত সংস্থাপিত চিচিটিভিত বন্দী হোৱা এক দৃশ্যই পুনৰ
ৰাজ্যত পুনৰ গুণোৎসৱ ৷ ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰগুণোৎসৱৰ দিন ঘোষণা কৰা হয়। সেই অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰিত হ’ব গুণোৎসৱ। আনহাতে ৯ ৰ পৰা ১২ জানুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ চি আই ডিৰ ৷ অন্ধ্ৰ প্ৰদেশ ষ্টেট স্কীল ডেভেলপমেণ্ট কৰ্পৰেশ্যন(এপিএছএছডিচি) ৩১৭ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নাইডুক। প্ৰাক্তন মুখ্যমন্ত্ৰী জনক গ্ৰেপ্তাৰৰ পাছতে বিজয়ৱাড়া জে’ললৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে চি আই ডিয়ে । উল্লেখ্য যে,এই বৃহৎ কেলেংকাৰীত