পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷
Author: GTM Desk
ছাত্ৰীক জোকাই লকআপৰ আলহী হ’ল এজন চিকিৎসক। নিজকে চিকিৎসক বুলি পৰিচয় দি ৰাজপথত অশালীন ইংগিত দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। পাছত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক ৷ নিজকে চিকিৎসক বুলি পৰিচয় দিয়া ধৃত যুৱকজনৰ নাম
প্ৰখৰ ৰ’দত কুঁহিয়াৰৰ ৰস খালে মন-প্ৰাণ শীতল হৈ পৰে৷ কুঁহিয়াৰৰ ৰস অকল পিয়াহ পূৰাবলৈ খোৱা বুলি ভাবিলে ভুল কৰা হ’ব৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এইবিধ উপাদানে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ কুঁহিয়াৰৰ ৰসৰ পৰা বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান
এপ্ৰিল মাহ সোমোৱাৰ লগে লগে ক্ৰমাৎ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰিছে৷ ফলত বাঢ়িছে গৰম৷ এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ কিন্তু প্ৰশ্ন হয়, অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত? প্ৰখ্যাত পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে,¸ পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ
গৰমৰ দিনকেইটাত সাধাৰণতে পানী খোৱাৰ পৰিমাণ বৃদ্ধি পায়৷ গৰম বেছিকৈ পৰিলে ফ্ৰীজত ৰখা বা বৰফ দিয়া পানী বেছিকৈ খোৱা হয়৷ ইয়াৰ ফলত তৃষ্ণা দূৰ হয় যদিও স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে মাত্ৰাধিক ঠাণ্ডা পানী খালে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ⬛ বেছি গৰম পৰিলে ঠাণ্ডা পানী