বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঝাওৰাকুছিৰ সাত নং ওৱাৰ্ড নিবাসী প্ৰয়াত বপুতি শালৈৰ পত্নী লক্ষ্মী শালৈ (৫০) অসুস্থ আছিল। তেওঁৰ চিকিৎসাৰ বাবে বৰ
Author: GTM Desk
নিশা তিতাবৰ বোকাহোলাত সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৌদ্ধ ৰাজকুমাৰ ৰায় নামৰ এজন লোক। আহত লোকজনৰ ঘৰ ৰঙাজানত বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি ৰঙাজান দিশৰ পৰা স্কুটিৰে আহি থকা অৱস্থাত এটা গৰুক খুন্দা মৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো। উল্লেখ্য যে, লোকজনক সংকট জনক অৱস্থাত জি
আজি দেশজুৰি পালন কৰা হৈছে শিক্ষক দিৱস। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰি শিক্ষকসকলৰ কষ্ট-ত্যাগৰ স্বীকৃতি স্বৰূপে পালন কৰা এই শিক্ষক দিৱসৰ দিনাই ৰাজ্যত ৰাজপথ কঁপাব শিক্ষকে। উল্লেখ্য যে, নতুন পেন্সন নীতি বাতিলৰ দাবীৰে ৰাজ্যৰ শিক্ষকে বহু দিনৰ পৰাই দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। পিছে এই ক্ষেত্ৰত চৰকাৰী পক্ষই কোনো
পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন। সন্ধানহীন মহিলা কনিষ্টবলগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ সন্দেহ কৰা হৈছে। কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা। গায়ত্রী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত। উল্লেখ্য যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্রী। শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে কেইবাবাৰো শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাক উচ্ছেদত নিয়োগ কৰা
Deepangshu Dev Sarmah, one of the prominent auto sector journalists of the country passed away in Dubai on Sunday. Deepangshu who hailed from Assam reportedly suffered a heart attack at Dubai Airport on his way to Germany. Deepangshu was the Editor of ‘Mobility Outlook’, a mobility sector digital platform. Earlier