Advertisement

Author: Shahnawaz Hamza

মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

মহানগৰীত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। নৱগ্ৰহৰ সমীপস্থ প্ৰাকৃতিক নিবাসৰ ছয় নং ব্লকৰ ষষ্ঠ মহলাৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী যুৱতীৰ। ড: দীনেশ আগৰৱাল নামৰ লোকজনৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত

ডিব্ৰুগড়ত জঘন্য কাণ্ড ! কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা

ডিব্ৰুগড়ত জঘন্য কাণ্ড ! কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা

ডিব্ৰুগড়ৰ বাণীপুৰত জঘন্য কাণ্ড৷ এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত নৃশংসভাৱে হত্যা কৰা লোমহৰ্ষক ঘটনা এটাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা ডিব্ৰুগড়ৰ বাণীপুৰত এটা বাসগৃহৰ ভিতৰত

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক জোকাই লকআপৰ আলহী এজন চিকিৎসক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক জোকাই লকআপৰ আলহী এজন চিকিৎসক

ছাত্ৰীক জোকাই লকআপৰ আলহী হ’ল এজন চিকিৎসক। নিজকে চিকিৎসক বুলি পৰিচয় দি ৰাজপথত অশালীন ইংগিত দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ।

কুঁহিয়াৰৰ ৰসৰ আছে বহু গুণ

কুঁহিয়াৰৰ ৰসৰ আছে বহু গুণ

প্ৰখৰ ৰ’দত কুঁহিয়াৰৰ ৰস খালে মন-প্ৰাণ শীতল হৈ পৰে৷ কুঁহিয়াৰৰ ৰস অকল পিয়াহ পূৰাবলৈ খোৱা বুলি ভাবিলে ভুল কৰা হ’ব৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এইবিধ উপাদানে শৰীৰৰ