Author: GTM Desk

শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ সন্দৰ্ভত ৰাজ্যপালক আপৰ স্মাৰকপত্ৰ

শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ সন্দৰ্ভত ৰাজ্যপালক আপৰ স্মাৰকপত্ৰ

অসম চৰকাৰে মহানগৰীৰৰ শিলসাঁকোত জলাশয় সংৰক্ষণৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্য়াহত আছে। ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ বিশেষ স্মাৰকপত্ৰ। ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰত আপে তিখিছে, “আমি আম আদমি পাৰ্টীৰ তৰফৰ পৰা আপোনাক অৱগত কৰিব বিচাৰো যে জলাশয় সংৰক্ষণৰ নামত অসম চৰকাৰে বহু বছৰ ধৰি

সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ ৰহস্য – ভগৱান শ্ৰীকৃষ্ণ অমৃত বাণী

সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হোৱাৰ ৰহস্য – ভগৱান শ্ৰীকৃষ্ণ অমৃত বাণী

মানুহে সম্পুৰ্ণ সুস্থ, নিৰোগী আৰু দীৰ্ঘায়ু হ’বলৈ কি কৰিব লাগিব ? পৃথিৱীৰ সকলো ধৰ্মৰ ধৰ্ম গ্ৰন্থ সমূহত উল্লেখ আছে যে মানুহে যদি খুব সৰু সৰু বিষয় কেইটামানৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰে তেতিয়া সদায় তেওঁ সুস্থ থাকিব পাৰে, সদায় সুখত থাকিব পাৰে আৰু কোনো অশান্তি কেতিয়াও তেওঁৰ জীৱনত বিৰাজ নকৰে,

খেলপথাৰত এতিয়া শচীন নাই, এতিয়া কাক ভাল পায় তেণ্ডুলকাৰৰ ভক্ত সুধীৰ চৌধুৰীয়ে? শংখ লৈ হাজিৰ খেলপথাৰত

খেলপথাৰত এতিয়া শচীন নাই, এতিয়া কাক ভাল পায় তেণ্ডুলকাৰৰ ভক্ত সুধীৰ চৌধুৰীয়ে? শংখ লৈ হাজিৰ খেলপথাৰত

এটা সময়ত তেওঁৰ প্ৰাণ আছিল শচীন তেণ্ডুলকাৰ। এতিয়াও আছে, তাত কোনো সন্দেহ নাই। কিন্তু এতিয়া শচীন খেলপথাৰত নাই। কিন্তু খেল চাবলৈ এৰা নাই তেওঁ! শচীন ভক্ত সুধীৰ চৌধুৰীৰ শচীনৰ প্ৰতি মৰম এতিয়াও আছে। এতিয়াও তেওঁ ‘মিছ ইউ শচীন তেণ্ডুলকাৰ’ বুলি বুকুত লিখি খেলপথাৰলৈ আহে। কিন্তু তেওঁ এতিয়া আৰু এজন ক্ৰিকেটাৰক