Author: GTM Desk

নগাঁৱত মুখ্যমন্ত্ৰীৰ নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ

নগাঁৱত মুখ্যমন্ত্ৰীৰ নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটি অবিস্মৰণীয় দিন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পাছত আজি একেটা দিনতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে। অসমৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।”— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ জিলাত নতুনকৈ

নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন

নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাখনি শুক্ৰবাৰে অনুষ্ঠিত হয় । নগাঁও প্ৰেছ ক্লাৱত দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনি জিলা সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰু নগাঁও জিলা কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন নগাঁৱতে ২০২৪ বৰ্ষৰ

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁৱত উপস্থিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। শুক্ৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰি উলিয়াইছে। আনহাতে নগাঁও চিকিৎসা

ভোটলৈ সাজু ৰাজ্য আজি ইভিএম পৰীক্ষা

ভোটলৈ সাজু ৰাজ্য আজি ইভিএম পৰীক্ষা

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৪ৰ লোকসভাৰ নিৰ্বাচন সময়তকৈ পূৰ্বে অনুষ্ঠিত কৰাৰ বাবে টঙালি বান্ধিছে৷ কাৰ্যতঃ কেন্দ্ৰৰ পৰা গোপন সেউজ সংকেত পোৱাৰ পাছতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক নিৰ্বাচন বিভাগেও আৰম্ভ কৰিছে তৎপৰতা৷ আজিৰ পৰা ৰাজ্যজুৰি ৰাজ্যিক নিৰ্বাচন বিভাগে ইভিএমৰ পৰীক্ষা

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

মহানগৰীৰ উপকন্ঠ যোৰাবাট আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে আঠমাইল গণেশ মন্দিৰৰ সমীপত আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ১৯ গ্ৰাম নিষিদ্ধ ঘোষিত হেৰ’ইন জব্দ কৰে ৷ তিনিটা চাবোনৰ বাকচত মেঘালয়ৰ পৰা গুৱাহাটী মহানগৰীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে লৈ আনিছিল সৰবৰাহকাৰীটোৱে ৷ ধৃত সৰবৰাহকাৰীটোৰ