ইবাৰ এগৰাকী পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে স্বামীক। পত্নীৰ নির্যাতনত হুকহুকাই কান্দিলে স্বামীয়ে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ধলপুৰত। ধলপুৰ সৰু কাঠনি গাঁৱৰ হেমন্ত নেওঁগৰ সৈতে বিউটি গগৈয়ে দহ বছৰৰ পূৰ্বে প্রেমসূত্রে বিবাহ পাশত আৱদ্ধ হৈছিল। এটি সন্তানৰ মাতৃ বিউটিয়ে শাৰীৰিক আৰু মানসিক নির্যাতন চলায় আহিছে স্বামী হেমন্তৰ
Author: GTM Desk
সহজ ধন ঘটাৰ হাবিয়াসত একাংশ লোকে প্ৰৱঞ্চনাৰ জাল পেলাই লুটি আহিছে বহু যুৱক-পুৰষক। তেনে এক কাহিনীৰে পুনৰাবৃত্তি হ’ল মহানগৰীত। প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা এই প্রৱঞ্চনাৰ জালত এইবাৰ ভৰি দিলে এজন যুৱকে। তাৰপাছত কাষ চাপিল আৰক্ষীৰ। ছচিয়েল মিডিয়াত এই ভুক্তভোগী যুৱকজনে এই সমগ্ৰ বিষয়টোৰ ওপৰত লিখিলে এইদৰে- “মই কিছুদিন পূৰ্বে
আজিৰে পৰা দুদিনীয়াকৈ বিৰোধী I.N.D.I.A.ৰ বৈঠক। মুম্বাইৰ গ্ৰেণ্ড হায়াটত সমবেত হ’ব বিৰোধী ৰথী-মহাৰথী। আজিৰ বৈঠকতে মুকলি কৰা হ’ব I.N.D.I.A.ৰ প্ৰতীক চিহ্ন। গ্ৰেণ্ড হায়াটত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত হ’ব আলোচনা। ঘোষণা কৰিব বিৰোধী I.N.D.I.A.ৰ আহ্বায়কৰ নাম। বৈঠকত ’২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিব ইস্তাহাৰ । আসনৰ ভাগ-বটোৱাৰা-উমৈহতীয়া প্ৰাৰ্থীৰ ওপৰতো হ’ব আলোচনা। মিত্ৰজোঁটৰ
মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৩ সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিব ‘সেৱা পখোৱাৰা’ অৰ্থাৎ সেৱা পষেক। ১৭ ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা ২ অক্টোবৰত গান্ধী জয়ন্তী পৰ্যন্ত ‘সেৱা হী সংগঠন’ কাৰ্যসূচীৰ অংশ হিচাপে বিজেপিয়ে ১৬ দিনীয়া ‘সেৱা হী সংগঠন’ কাৰ্যসূচী হাতত লৈছে বুলি বিজেপিৰ এক গুৰুত্বপূৰ্ণ সূত্ৰই ANI